আৰ্মেনিয়াৰ ব্যক্তি
১৫ প্ৰবন্ধ
-
মৰিয়ম
মৰিয়ম, জৰ্জিয়াৰ এগৰাকী ৰাণী আৰু ৰিজেণ্ট আছিল। ভাছপুৰাকানৰ আৰ্মেনিয়ান ৰজা জন-চেনেকেৰিম আৰ্টছৰুনিৰ কন্যা আৰু জৰ্জিয়াৰ ৰজা প্ৰথম জৰ্জৰ প্ৰথম পত্নী। জৰ্জিয়াৰ এগৰাকী বিধৱা ৰাণী হিচাপে তেওঁ ১০২৭ চনৰপৰা ১০৩৭ চনলৈকে নাবালক পুত্ৰ চতুৰ্থ বাগ্ৰাটৰ বাবে ৰিজেণ্ট হিচাপে শাসন কৰিছিল আৰু বাইজেণ্টাইন…
-
ইয়েৰানুহি আৰ্ছাকি আছলামাজিয়ান
ইয়েৰানুহি (ইৰান) আৰ্ছাকি আছলামাজিয়ান (Yeranuhi Aslamazyan; ১৫ এপ্ৰিল ১৯১০ – ৪ ফেব্ৰুৱাৰী ১৯৯৮) আছিল এগৰাকী আৰ্মেনিয়ান আৰু ছোভিয়েট শিল্পী আৰু গ্ৰাফিক শিল্পী। ইউ এছ এছ আৰৰ শিল্পী সংঘৰ সদস্য আৰু আৰ্মেনিয়ান এছ এছ আৰৰ সন্মানীয় শিল্পী আছিল।
-
আৰ্মিনেহ কেলেণ্টচ
আৰ্মিনেহ কেলেন্টচ্ বা আৰ্মিনেহ গেলেন্টচ্, জন্ম নাম পাৰ'নিয়ান (১৮ আগষ্ট ১৯২০, ডামাস্কাছ – ২২ নৱেম্বৰ ২০০৭, ইয়েৰেভান) এগৰাকী আৰ্মেনিয়ান শিল্পী, ইউ এছ এছ আৰৰ সন্মানীয় শিল্পী (১৯৬৭) আছিল।
-
ক্লাৰা আবকাৰ
ক্লাৰা আবকাৰ (Clara Abkar; আৰ্মেনিয়ান: Կլարա Աբգար; জন্ম: ১৯১৬ – মৃত্যু: ২০ মাৰ্চ, ১৯৯৬) এগৰাকী ইৰাণী-আৰ্মেনিয়ান ক্ষুদ্ৰ চিত্ৰশিল্পী আৰু আন ধাতুৰ ওপৰত সোণৰ পাতৰ কাম কৰা শিল্পী আছিল। তেওঁ আছিল প্ৰথম ইৰাণী মহিলা ক্ষুদ্ৰ চিত্ৰশিল্পী।
-
কৰিকোজৰ মেৰী
কৰিকোজৰ মেৰী (১৩২১ – ১৪০৫ চনৰ আগতে) ১৩৪৪–১৩৬৩ আৰু ১৩৬৫–১৩৭৩ চনত ক্ৰমে তৃতীয় কনষ্টেণ্টাইন আৰু চতুৰ্থ কনষ্টেণ্টাইন ৰজাৰ সৈতে বিবাহৰ জৰিয়তে আৰ্মেনিয়াৰ ৰাণী পত্নী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
ছাহাকদুখ্ট (আৰ্মেনিয়া)
ছাহাকদুখ্ট ( Sahakdukht অষ্টম শতিকাৰ আৰম্ভণিৰ এগৰাকী আৰ্মেনিয়ান গীতিকাৰ, কবি আৰু শিক্ষাবিদ। আৰ্মেনিয়ান সাহিত্য আৰু সংগীতৰ তেওঁ প্ৰথম সাহিত্যিক আৰু সংগীতজ্ঞ হিচাপে পৰিচিত মহিলা। তেওঁৰ সামান্য পিছৰ বা সমসাময়িক খোছৰোবিদুখ্ট ৰ লগতে তেওঁ ইতিহাসৰ আটাইতকৈ প্ৰাচীন মহিলা সুৰকাৰসকলৰ ভিতৰত অন্যতম।
-
ছোনিয়া বালাছানিয়ান
ছোনিয়া বালাছানিয়ান (Sonia Balassanian; আৰ্মেনিয়ান: Սոնյա Պալասանյան; জন্ম ১৯৪২) জন্ম নাম ছোনিয়া আমিৰিয়ান, ইৰাণত জন্মগ্ৰহণ কৰা আৰ্মেনিয়ান জনগোষ্ঠীৰ এগৰাকী চিত্ৰশিল্পী, ভাস্কৰ্য্য শিল্পী আৰু সংস্কৃতি সংৰক্ষক আছিল। তেওঁ বৰ্তমান বালাছানিয়ান নিউয়ৰ্ক চহৰ আৰু ইয়েৰেভানত থাকে।[3]
-
নুনে টুমানিয়ান
নুনে টুমানিয়ান ১৯৬৩ চনৰ ২৩ অক্টোবৰত ইয়েৰেভানত জন্মগ্ৰহণ কৰা এগৰাকী আৰ্মেনিয়ান শিল্পী আৰু ভাস্কৰ্য শিল্পী।
-
মেইড আৰেল
মেইড আৰেল ( Maide Arel; জন্ম: ১৯০৭–মৃত্যু: ১৯৯৭) মায়দে ফেৰুহান নামেৰেও জনাজাত, তুৰ্কীত জন্মগ্ৰহণ কৰা আৰ্মেনিয়ান চিত্ৰশিল্পী আছিল। বিমূৰ্ত আৰু ষ্টাইলাইজড ফিগাৰ, কিউবিজমৰ দৰেই আৰু প্ৰায়ে নিস্তেজ ৰঙৰ কামৰ বাবেই তেওঁ সু-পৰিচিত।
-
মৰিয়াম আৰ্ছাকি আছলামাজিয়ান
মৰিয়াম আৰ্ছাকি আচলামাজিয়ান; ২০ অক্টোবৰ ১৯০৭ – ১৬ জুলাই ২০০৬ এগৰাকী ছোভিয়েট আৰ্মেনিয়ান চিত্ৰশিল্পী আছিল আৰু আৰ্মেনিয়ান এছ এছ আৰৰ পিপলছ আৰ্টিষ্ট (১৯৬৫) আৰু ছোভিয়েট ইউনিয়নৰ পিপলছ আৰ্টিষ্ট (১৯৯০) হিচাপে স্বীকৃতি লাভ কৰিছিল।
-
লিলিট টেৰিয়ান
লিলিট টেৰিয়ান বা লিলিয়েট টেৰিয়ান ( Lilit Teryan) আৰ্মেনিয়ান ঐতিহ্যৰ এগৰাকী ইৰাণত জন্ম গ্ৰহণ কৰা এগৰাকী ভাস্কৰ্য শিল্পী। তেওঁৰ জন্ম ৩১ ডিচেম্বৰ ১৯৩০ আৰু মৃত্যু হয় ৭ মাৰ্চ ২০১৯ চনত। তেহৰাণত ভাস্কৰ্য শিক্ষা নিষিদ্ধ হোৱাৰ সময়ত তেওঁ নিজৰ ভাস্কৰ্য শিক্ষা বন্ধ কৰিবলগীয়া হৈছিল।
-
লুচিক আগুলেট্চি
লুচিক আগুলেট্চি (Lusik Aguletsi; আৰ্মেনিয়ান: Լուսիկ Ագուլեցի); জন্ম নাম লুচিক ঝোৰজিকি হাৰুত্যুনিয়ান; নাখিচেভানত জন্মগ্ৰহণ কৰা এগৰাকী আৰ্মেনিয়ান চিত্ৰশিল্পী, নৃতত্ত্ববিদ, আৰু আৰ্মেনিয়াৰ সন্মানীয় সাংস্কৃতিক কৰ্মী আছিল।
-
ষ্টেলা গ্ৰীগ’ৰিয়ান
ষ্টেলা গ্ৰীগ'ৰিয়ান ( Stella Grigoryan) এগৰাকী আৰ্মেনিয়ান শিল্পী, ভাস্কৰ্য্যশিল্পী আৰু শিক্ষয়িত্ৰী। তেওঁ ৪ নৱেম্বৰ, ১৯৮৯ চনত আৰাগৎসভানত জন্ম গ্ৰহণ কৰে।
-
ৰাজকুমাৰী শ্বান্দুখ
ৰাজকুমাৰী শ্বান্দুখ আৰ্মেনিয়াৰ এগৰাকী ৰাজকুমাৰী আৰু তেওঁৰ নাম খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰা প্ৰথম আৰ্মেনিয়ান মহিলা হিচাপে লিপিবদ্ধ কৰা হৈছে। তেওঁৰ পিতৃ আছিল ৰজা ছানাত্ৰুক।
-
ৰেজিনা ঘাজৰিয়ান
ৰেজিনা তাদেভোছি ঘাজৰিয়ান এগৰাকী আৰ্মেনিয়ান চিত্ৰশিল্পী আৰু ৰাজহুৱা কৰ্মী আছিল। তেওঁৰ জন্ম ১৯১৫ চনৰ ১৭ এপ্ৰিলত, ইয়েৰেভানত আৰু মৃত্যু হয় ১৯৯৯ চনৰ ৬ নৱেম্বৰত ইয়েৰেভানত।