ইতিহাসৰ আজিৰ দিনত
১৭ আগষ্ট
ঘটনাৱলী
- ১৯৪৭জৱাহৰলাল নেহৰুৱে অন্তৰ্ৱতী চৰকাৰ গঠন কৰে আৰু লৰ্ড মাউণ্ট বেটেনে তেখেতক স্বাধীন ভাৰতৰ প্ৰথম প্ৰধান মন্ত্ৰী হিচাপে নিযুক্তি দিয়ে।
- ১৯৪৭ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছত ব্ৰিটিছ সেনাৰ প্ৰথমটো বেটেলিয়াৰ স্বদেশ অভিমুখে যাত্ৰা আৰম্ভ কৰে।
- ১৯৪৭ভাৰত বিভাজনৰ সীমাৰেখা ৰেডক্লিফ লাইন নিদ্ধাৰণ ঘোষনা কৰে।
- ১৯৬০আফ্ৰিকাৰ দেশ গেবনে স্বাধীনতা লাভ কৰে।
- ১৯৯৯তুৰস্কত হোৱা এক প্ৰচণ্ড ভূমিকম্পৰ ফলত চৰকাৰী তথ্যমতে ১২,০০০ লোক নিহত, ছয় লাখ লোক গৃহহীন হয়।
জন্ম
- ১৭৬১উইলিয়াম কেৰী, ইংৰাজ ধৰ্মযাজক জনৰ জন্ম হৈছিল।
- ১৯৩২ভি. এচ্. নাইপল, নোবেল বিজয়ী ভাৰতীয় মূলৰ সাহিত্যিক।
- ১৯৪২খগেন মহন্ত, অসমৰ এগৰাকী গায়ক, সুৰকাৰ আৰু গীতিকাৰ আছিল।
- ১৯৬০ড॰ ৰীতা চৌধুৰী, অসমীয়া সাহিত্য জগতৰ এগৰাকী কবি, ঔপন্যাসিক আৰু সাহিত্য অকাডেমি বঁটা বিজয়ী লেখিকা আৰু ‘‘মাকাম’’ৰ স্ৰষ্টা আছিল।
মৃত্যু
- ১৯০৯মদন লাল ধিঙৰা, স্বাধীনতা সংগ্ৰামী, ইংৰাজে ফাঁচি দিছিল।
- ১৯৬৯অটষ্টাৰ্ন, নোবেল বঁটা বিজয়ী পদাৰ্থবিজ্ঞানী আছিল।
- ১৯৮৮জিয়াউল হক, পাকিস্তানৰ ৰাষ্ট্ৰপতি, এক ভয়ংকৰ বিমান দুৰ্ঘটনাত মৃত্যু হৈছিল।
- ২০২০পণ্ডিত যশৰাজ, ভাৰতীয় শাস্ত্ৰীয় সঙ্গীতশিল্পী।
উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ