ইতিহাসৰ আজিৰ দিনত
১৬ আগষ্ট
ঘটনাৱলী
- ১৮৬৭কাৰ্ল মাৰ্ক্সৰ ডাছ কেপিটেল প্ৰথম খণ্ড প্ৰকাশ হয়।
- ১৯১০ৰবীন্দ্ৰনাথ ঠাকুৰৰ প্ৰসিদ্ধ কাব্য গীতাঞ্জলি (কাব্যগ্ৰন্থ)ৰ প্ৰথম প্ৰকাশ হয়।
- ১৯৪৬ভাৰত বিভাজনকলৈ কলকাতাত হিন্দু আৰু মুছলমানৰ মাজত সাম্প্ৰদায়িক সংঘৰ্ষ সংঘটিত হৈ চাৰি হাজাৰতকৈ অধিক লোকৰ মৃত্য়ু হয়।
- ১৯৫৫বজালী মহাবিদ্যালয় স্থাপন হৈছিল।
- ১৯৬০ব্ৰিটিছ সাম্ৰাজ্যবাদৰ পৰা শাসনমুক্ত হৈ চাইপ্ৰাছে স্বাধীন ৰাষ্ট্ৰ ৰূপে আত্মপ্ৰকাশ কৰে।
- ১৯৬২পণ্ডিচেৰী, কৰাইকল, মাহে আৰু ইয়ানামাক লৈ সংযুক্ত পণ্ডিচেৰী কেন্দ্ৰীয় শাসিত অঞ্চল গঠন কৰা হয়।
- ১৯৬৮মেক্সিকোত অলিম্পিক ক্ৰীড়া সমাৰোহ অনুষ্ঠিত হয়।
জন্ম
- ১৮৪৫গেব্ৰিয়েল লিপমেন, পদাৰ্থ বিজ্ঞানত নোবেল বঁটা বিজয়ী ফৰাচী বিজ্ঞানী জনৰ জন্ম হৈছিল।
- ১৮৮৮টি ই ল'ৰেঞ্চ, ল'ৰেঞ্চ অৱ আৰৱীয়া হিচাপে খ্য়াত প্ৰথম বিশ্ব যুদ্ধৰ সৈনিক, লেখক আৰু পুৰাতত্ববিদ।
- ১৯৪৫পি চিদাম্বৰম, ভাৰতীয় ৰাজনীতিবিদ আৰু অৰ্থনীতিবিদ তথা প্ৰাক্তন বিত্তমন্ত্ৰী জনৰ জন্ম হয়।
- ১৯৫৪জেমছ কেমেৰুন, হলীউডৰ বিখ্যাত কথাছবি পৰিচালক, দা টাৰ্মিনেটৰ, টাইটানিক (কথাছবি) আৰু অৱতাৰ তেখেতে পৰিচালনা কৰা বিশ্ব বিখ্য়াত কথাছবি।
- ১৯৫৮মেড'না, সম্পুৰ্ণ নাম মেড'না লুইছ চিক'নি, পপ সম্ৰাজ্ঞী হিচপে বিখ্য়াত পপ গায়িকা, গীতিকাৰ আৰু হলীউডৰ অভিনেত্ৰী।
- ১৯৭০মনীষা কৈৰালা, নেপালত জন্ম গ্ৰহন কৰা বলীউডৰ অভিনেত্ৰী।
- ১৯৭০চৈইফ আলী খান, বলীউডৰ অভিনেতা।
মৃত্যু
- ১৮৮৬ৰামকৃষ্ণ পৰমহংসৰ মৃত্যু হয়।
- ১৮৮৮জন পেম্বাৰটন, আমৰিকান ফাৰ্মাচিষ্ট, কোকা-কোলাৰ উদ্ভাৱক।
- ১৮৯৯ৰবাৰ্ট বুনছেন বা ৰবাৰ্ট বানছেন (ইংঃ Robert Bunsen), জাৰ্মান ৰসায়ন বিজ্ঞানী, বুনছেন বাৰ্নাৰৰ (ইংঃ Bunsen burner) উদ্ভাৱক, চিজিয়াম আৰু ৰুবিডিয়ামৰ আৱিষ্কাৰক।
- ১৯০৯মদনলাল ভিংৰা, পঞ্জাবৰ বিশিষ্ট বিপ্লৱী, তেখেতক ফাঁচী দিয়া হয়।
- ২০০৩ইদি আমিন, উগাণ্ডাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি আৰু একনায়ক জনৰ মৃত্যু হয়।
- ২০১৮অটল বিহাৰী বাজপায়ী, ভাৰতৰ পূৰ্বৰ প্ৰধানমন্ত্ৰী আৰু ভাৰতৰত্ন, তেখেতৰ মৃত্যু হয়।
উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ