অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাসৰ আজিৰ দিনত

৩ জুলাই

ঘটনাৱলী

  • ১৮৯০আইদাহ'ক ৪৩তম কমনৱেলথ ৰাষ্ট্ৰ হিচাপে অনুমোদন।
  • ১৯৫৩বিশ্বৰ নৱম উচ্চতাৰ শৃংগ নাংগা পৰ্বত অষ্ট্ৰিয়াৰ আৰোহণকাৰী হেৰমান বুলে প্ৰথমবাৰৰ বাবে আৰোহণ কৰে।

জন্ম

  • ১৮৮৩ফ্ৰান্‌ৎছ কাফকা, জাৰ্মান ঔপন্যাসিক আৰু চুটি গল্প লেখক।
  • ১৮৯৭হংসা জীৱৰাজ মেহতা, ভাৰতীয় শিক্ষাবিদ, ৰাজনীতিবিদ, স্বাধীনতা সংগ্ৰামী, সমাজ সংস্কাৰক।
  • ১৮৯৯লুডৱিগ গুটমেন, জাৰ্মান-ব্ৰিটিছ স্নায়ুৰোগ বিশেষজ্ঞ।
  • ১৯১১এলেন ব্ৰাউন, অষ্ট্ৰেলিয়াৰ জনসেৱক
  • ১৯১২গিৰিধৰ শৰ্মা - অসমীয়া সাহিত্যিক আৰু শিক্ষাবিদ।
  • ১৯৫২অমিত কুমাৰ, ভাৰতীয় অভিনেতা, গায়ক আৰু চলচ্চিত্ৰ পৰিচালক।
  • ১৯৬২টম ক্ৰুইজ, আমেৰিকান অভিনেতা আৰু প্ৰযোজক
  • ১৯৭১জেমি গ্ৰ'ভ, ইংলেণ্ডৰ ক্ৰিকেটাৰ
  • ১৯৮২হৰভজন সিং, ভাৰতীয় ক্ৰিকেটাৰ।

মৃত্যু

  • ১৯৩২স্বৰ্ণকুমাৰী দেৱী, ভাৰতীয় কবি, ঔপন্যাসিকা, সংগীতজ্ঞ আৰু সমাজকৰ্মী৷
  • ১৯৯৬ৰাজ কুমাৰ, পাক-ভাৰতীয় অভিনেতা (জন্ম: ১৯২৬)।
  • ২০২০সৰোজ খান,বলিউদৰ নৃত্য পৰিচালিকা। (জ: ২২/১১/১৯৪৮)

উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ