অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাসৰ আজিৰ দিনত

১৪ জুলাই

জন্ম

  • ১৮৭৪আন্দ্ৰে লুই দেবিয়েৰ্ন, ফৰাচী ৰসায়ন বিজ্ঞানী, এক্টিনিয়াম (ইংঃ actinium) মৌলৰ আৱিষ্কাৰক। (মৃঃ ১৯৪৯)
  • ১৯১৩জেৰাল্ড ফ'ৰ্ড, মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৩৮তম ৰাষ্ট্ৰপতি। (মৃঃ ২০০৬)
  • ১৯১৮ইংমাৰ বাৰ্গমেন, ছুইডেনৰ চলচ্চিত্ৰ পৰিচালক, লেখক তথা চলচ্চিত্ৰ প্ৰযোজক। (মৃঃ ২০০৭)
  • ১৯২১জে. উইলকিনছ, ৰসায়ন বিজ্ঞানৰ নোবেল বিজয়ী বিজ্ঞানী।
  • ১৯৪৭নবীন ৰামগোলাম, মৰিছাছৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী।
  • ১৯৭১মধু চাপৰে, ১৯৯২ চনৰ মিছ ইণ্ডিয়া।

মৃত্যু

  • ১৮১৬ফ্ৰান্সিস্কো দি মিৰাণ্ডা, ভেনিজুৱেলাৰ বিপ্লৱী। (জঃ ১৭৫০)
  • ১৯৮৮পূৰ্ণানন্দ দত্ত, ভাৰতৰ স্বাধীনতা আন্দোলনত অসমৰ এগৰাকী মুক্তি যুঁজাৰু, সমাজ সেৱক, শিক্ষা সংগঠক আৰু গান্ধীবাদী কৰ্মী।
  • ১৯৯৮ৰিচাৰ্ড মেক ড'নাল্ড, মেক ড'নাল্ড ৰেষ্টুৰেণ্টৰ প্ৰতিষ্ঠাতা, প্ৰখ্যাত ব্যৱসায়ী।
  • ২০০২নৱকান্ত বৰুৱা, প্ৰসিদ্ধ অসমীয়া সাহিত্যক।
  • ২০১৪মীনা আগৰৱালা, এগৰাকী অসমীয়া সমাজকৰ্মী আৰু নাৰী সবলীকৰণ আন্দোলনৰ উল্লেখযোগ্য মুখপাত্ৰ আছিল।
  • ২০১৭মাৰিয়াম মিৰ্জাখানী, ইৰাণী গণিতজ্ঞ আৰু ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ গণিতৰ অধ্যাপক।

উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ