ইতিহাসৰ আজিৰ দিনত
১৩ জুলাই
ঘটনাৱলী
- ১৮৩০কলকতাৰ স্কটিছ চ্চাৰ্চ্চ কলেজ স্থাপিত হয়।
- ১৯৭৭কেন্দ্ৰত চৰকাৰ সলনি হোৱা বাবে ১৯৮০ চনলৈকে পদ্ম সন্মান প্ৰদান বন্ধ।
- ২০০৫পাকিস্তানৰ সিন্ধু প্ৰদেশত সংঘটিত ৰে'ল দুৰ্ঘটনাত ৩০০ লোক নিহত হয় আৰু ১০০০ তকৈও অধিক লোক আহত হয়।
- ২০১১মুম্বাইৰ তিনিটা স্থানত সন্ত্ৰাসবাদীয়ে ঘটোৱা বোমা বিস্ফোৰণত ২৬জন লোকৰ মৃত্যু হয় আৰু ১৩০জন লোক আহত হয়।
- ২০১২গুৱাহাটীত হোৱা যুৱতীৰ শালীনতা হানিৰ ঘটনাত দেশজুৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বিভিন্ন দল সংগঠনে।
- ২০১২কৰ্ণাটকৰ মুখ্যমন্ত্ৰী ৰূপে জগদীশ চেট্টাৰে শপত গ্ৰহণ কৰে।
- ২০১২ছিৰিয়াৰ হামা চহৰত সেনাবাহিনীৰ আক্ৰমণত ২০০ তকৈও অধিক লোকৰ মৃত্যু হয়।
জন্ম
- ১৭৯৩জন ক্লিয়াৰ, ইংৰাজ কবি।
- ১৯৩১বীণা ৰায়, ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী।
- ১৯৩৯প্ৰকাশ মেহৰা, ভাৰতীয় চলচ্চিত্ৰ জগতৰ এজন বিশিষ্ট প্ৰযোজক তথা পৰিচালক। (মৃত্যু - ২০০৯)।
- ১৯৪৪এৰন' ৰুবিক, হাঙ্গেৰীৰ স্থাপত্যবিদ আৰু অধ্য়াপক, ৰুবিক কিউবৰ উদ্ভাৱক।
- ১৯৫৯জাংদাও বডোচা, বড়ো ভাষাৰ চলচ্চিত্ৰ পৰিচালক, চিত্ৰগ্ৰহণকাৰী আৰু সম্পাদক।
- ১৯৯২কেশৰবাই কেৰকৰ, ‘জয়পুৰ-আত্ৰৌলী ঘৰানা’ৰ এগৰাকী হিন্দুস্থানী শাস্ত্ৰীয় সঙ্গীত কণ্ঠশিল্পী।
মৃত্যু
- ১৭৬২জেমছ ব্ৰডলী, পৃথিৱীৰ মেৰুদণ্ড ঘূৰ্ণনৰ (ইংঃ Nutation) আৱিষ্কাৰক।
- ১৮১২হেইনৰিখ লুই দা অৰেষ্ট, বিশিষ্ট জাৰ্মান জ্যোতিৰ্বিদ। নেপচুন গ্ৰহৰ সন্ধান পোৱা তেৱেঁই প্ৰথম ব্যক্তি।
- ১৯২১গেব্ৰিয়েল লিপমেন, ফৰাচী পদাৰ্থবিজ্ঞানী আৰু আৱিষ্কাৰক। তেওঁ ১৯০৮ চনত পদাৰ্থবিদ্যাৰ নোবেল বঁটা লাভ কৰিছিল।
- ১৯৯৫আশাপূৰ্ণা দেৱী, সাহিত্যিক, ভাৰতীয় জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম মহিলা।
- ২০২১যশপাল শৰ্মা, ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলুৱৈ।
উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ