ইতিহাসৰ আজিৰ দিনত
১৯ মাৰ্চ
জন্ম
- ১৮১৩ডেভিড লিভিংষ্টোন, স্কটিছ চিকিৎসক আৰু মানবতাবাদী।
- ১৯৫৫ব্ৰুচ ৱিলিছ, আমেৰিকান অভিনেতা।
- ১৯৮৪তনুশ্ৰী দত্ত, ভাৰতীয় অভিনেত্ৰী।
মৃত্যু
- ১৯৭৩হেমেন গাঙ্গুলী, ভাৰতীয় চলচ্চিত্ৰ প্ৰযোজক।
- ২০০৫নৰেন্দ্ৰ চন্দ্ৰ হাজং, অসমীয়া অনাতাঁৰ শিল্পী তথা সংগীত প্ৰযোজক।
- ২০০৬গোলাপ বৰবৰা, অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী।
- ২০০৮আৰ্থাৰ চি ক্লাৰ্ক, ইংৰাজ লেখক।
- ২০১৮কেদাৰনাথ সিং, ভাৰতীয় কবি।
উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ