ইতিহাসৰ আজিৰ দিনত
৯ ফেব্ৰুৱাৰী
ঘটনাৱলী
- ১৯০০ডেভিছ কাপ প্ৰতিযোগিতাৰ আৰম্ভণি।
- ১৯৭১এপ'ল' অভিযান: চন্দ্ৰপৃষ্ঠত তৃতীয়বাৰ অৱতৰণৰ পিছত এপ'ল' ১৪ পৃথিৱীলৈ ঘূৰি আহে।
- ১৯৮৬সৌৰজগতৰ অন্তঃভাগত হেলিৰ ধুমকেতু দেখা পোৱা গৈছিল।
- ১৯৯৬ৰাসায়নিক মৌল ক'পাৰনিচিয়াম (Cn)ৰ আৱিষ্কাৰ।
জন্ম
- ১৯০৭বিনোদিনী ৰমনভাই নীলকণ্ঠ, গুজৰাটী লেখিকা, অনুবাদিকা আৰু অধ্যাপিকা।
- ১৯৩০কেশৱানন্দ দেৱগোস্বামী, অসমীয়া গৱেষক, সংগীতজ্ঞ আৰু সাহিত্যক।
- ১৯৪০জে. এম. কয়েৎজে, দক্ষিণ আফ্ৰিকাৰ ঔপন্যাসিক, নিবন্ধকাৰ, সাহিত্য সমালোচক।
- ১৯৪৫য়শ্বিনৰী অহচুমি, জাপানী কোষ জীৱবিজ্ঞানী আৰু অট'ফেগী বিশেষজ্ঞ।
- ১৯৫৮অমৃতা সিং, ভাৰতীয় অভিনেত্ৰী।
- ১৯৬৯জিমি স্মিথ, আমেৰিকান ফুটবল খেলুৱৈ।
মৃত্যু
- ১৯৮১এম. চি. ছাগ্লা, ভাৰতৰ প্ৰাক্তন মন্ত্ৰী। (জন্ম ১৯০০)
- ১৯৮৪বালাসৰস্বতী, ভাৰতীয় শাস্ত্ৰীয় নৃত্যশিল্পী।
- ২০১২অ'. পি. দত্ত, ভাৰতীয় চলচ্চিত্ৰ পৰিচালক, প্ৰযোজক আৰু চিত্ৰনাট্য লিখক। (জন্ন ১৯২২)
- ২০২২অপূৰ্ব বেজবৰুৱা, অসমীয়া কণ্ঠশিল্পী, কবি, গীতিকাৰ, সুৰকাৰ আৰু সংগীত পৰিচালক।
উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ