ইতিহাসৰ আজিৰ দিনত
৮ ফেব্ৰুৱাৰী
জন্ম
- ১৭৯৪ফ্ৰেণ্ডলিব ফাৰ্ডিনাণ্ড ৰংগ, জাৰ্মান বিশ্লেষণ ৰসায়ন বিজ্ঞানী।
- ১৮২৮জুল ভাৰ্ন, ফ্ৰান্সৰ কবি, সাহিত্যিক আৰু চিত্ৰনাট্য লেখক। (মৃত্যু ১৯০৫)
- ১৮৯৭জাকিৰ হুছেইন, ভাৰতৰ ৩য় ৰাষ্ট্ৰপতি, শিক্ষাবিদ আৰু ৰাজনৈতিক নেতা। (মৃত্যু ১৯৬৯)
- ১৯২৩আনন্দ চন্দ্ৰ দত্ত, অসমীয়া উদ্ভিদবিদ৷
- ১৯৪১জগজিৎ সিং, ভাৰতীয় গায়ক-গীতিকাৰ। (মৃত্যু ২০১১)
- ১৯৪৮ৰঞ্জনা শৰ্মা বৰদলৈ, অসমীয়া চলচ্চিত্ৰৰ এগৰাকী অভিনেত্ৰী তথা নৃত্যাংগণা।
মৃত্যু
- ২০১৭পিটাৰ মেন্সফিল্ড, ইংলেণ্ডৰ ন’বেল পুৰস্কাৰ প্ৰাপ্ত চিকিৎসক। (জন্ম ১৯৩৩)
- ২০১৯ভাগৱত পেটেল, মধ্যপ্ৰদেশৰ ৰাজনীতিবিদ।
উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ