ইতিহাসৰ আজিৰ দিনত
২১ ফেব্ৰুৱাৰী
জন্ম
- ১৯৪৪জয়কান্ত গন্ধীয়া, অসমীয়া গৱেষক আৰু লোকশিল্পী।
- ১৯৬১অভিজিৎ বেনাৰ্জী, ভাৰতীয়-আমেৰিকান অৰ্থনীতিবিদ।
- ১৯৬৪স্কট যোচেফ কেলি, আমেৰিকান অভিযন্তা আৰু মহাকাশচাৰী।
- ১৯৮০জিগমে খেচাৰ নামগৱেল ৱাংচুক, ভূটানৰ পঞ্চম আৰু বৰ্তমান "ড্ৰোক গ্যাল্প" বা "ড্ৰেগন ৰজা"।
মৃত্যু
- ১৮২৯কিট্টুৰ চেন্নাম্মা, বৰ্তমানৰ কৰ্ণাটকৰ অন্তৰ্গত দেশীয় ৰাজ্য কিট্টুৰৰ ৰাণী।
- ১৯৯০জোহৰাবাই অম্বালেৱালী, ভাৰতীয় কণ্ঠশিল্পী।
- ১৯৯১নূতন সামৰ্থ, ভাৰতীয় অভিনেত্ৰী।
- ২০১৬কলানিধি নাৰায়ণন, ভাৰতীয় নৃত্যশিল্পী আৰু ভাৰতনাট্যমৰ ভাৰতীয় শাস্ত্ৰীয় নৃত্যৰ শিক্ষক।
উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ