ইতিহাসৰ আজিৰ দিনত
২০ ফেব্ৰুৱাৰী
মৃত্যু
- ১৯৫০শৰৎচন্দ্ৰ বসু, ভাৰতৰ স্বাধীনতা সংগ্ৰামী।
- ২০০৯অমিতা মালিক, ভাৰতীয় মিডিয়া সমালোচক।
- ২০১৬হীৰেন্দ্ৰ নাথ দত্ত, অসমীয়া কবি আৰু সমালোচক।
- ২০২২শকুন্তলা চৌধুৰী, ভাৰতীয় সমাজ কৰ্মী।
উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ