অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাসৰ আজিৰ দিনত

২০ নৱেম্বৰ

ঘটনাৱলী

  • ১৯৮০ৰোনাল্ড ৰিগান আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হয়।
  • ১৯৮০ভয়েজাৰ-১। বহিঃসৌৰজগত অধ্যয়ন কৰিবলৈ ১৯৭৭ চনত নাছাই উৎক্ষেপণ কৰা এই যানখনে ১৯৭৯ চনত বৃহস্পতি গ্ৰহ-প্ৰণালী আৰু ১৯৮০ চনত শনি গ্ৰহ-প্ৰণালীৰ অনুসন্ধান কৰাৰ পিছত অভিযান সমাপ্ত কৰে।
  • ১৯৮৫মাইক্ৰছফ্ট উইণ্ডোচ ১.০, মাইক্ৰছফ্টৰ দ্বাৰা তৈয়াৰ কৰা প্ৰথম গ্ৰাফিকেল ব্যক্তিগত কম্পিউটাৰ অপাৰেটিং চিষ্টেম, মুকলি কৰা হয়।
  • ১৯৯৮আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰৰ বাবে প্ৰথম মহাকাশ কেন্দ্ৰ মাপদণ্ড সংগ্ৰাহক উপাদান-জাৰিয়া, কাজাখস্তানৰ বাইকোনুৰ কছমড্ৰোমৰ পৰা উৎক্ষেপণ কৰা হয়।
  • ২০২২আৰবীয়ান ৰাষ্ট্ৰ কাটাৰত ২২ সংখ্যক ফিফা বিশ্বকাপ আৰম্ভ। এই বিশ্বকাপ ২০ নৱেম্বৰ ২০২২ৰ পৰা ১৮ ডিচেম্বৰ ২০২২ লৈকে অনুষ্ঠিত হ'ব। আৰৱ বিশ্বত অনুষ্ঠিত হোৱা এইখন প্ৰথম বিশ্বকাপ আৰু, দক্ষিণ কোৰিয়া আৰু জাপানত ২০০২ চনৰ বিশ্বকাপৰ পিছত সম্পূৰ্ণৰূপে এছিয়াত অনুষ্ঠিত হোৱা দ্বিতীয়খন বিশ্বকাপ। মুঠ আঠখন ষ্টেডিয়ামত খেল খেলিবলগীয়া এই বিশ্বকাপত ৩২খন দেশে খেলিবলৈ যোগ্যতা অৰ্জন কৰে।

জন্ম

মৃত্যু

উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ