অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাসৰ আজিৰ দিনত

৩ অক্টোবৰ

ঘটনাৱলী

  • ১৯৩২ইৰাকে যুক্তৰাজ্যৰ পৰা স্বাধীনতা লাভ কৰে।
  • ১৯৪৩দ্বিতীয় বিশ্বযুদ্ধঃ গ্ৰীচৰ লিংজিয়াডেছত (Lingiades) জাৰ্মান বাহিনীয়ে ৯২জন নাগৰিকক হত্যা কৰে।
  • ১৯৫২যুক্তৰাজ্যই বিশ্বৰ তৃতীয় পাৰমাণৱিক শক্তি হিচাপে পৰিগণিত হ'বলৈ সফলতাৰে পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰে।
  • ১৯৭৮কলকাতাত ভাৰতৰ প্ৰথম আৰু বিশ্বৰ দ্বিতীয় টেষ্ট টিউৱ শিশু দুৰ্গা ওৰফে কানুপ্ৰিয়া আগৰৱালাৰ জন্ম হয়। চিকিৎসা বিজ্ঞানী সুভাষ মুখোপাধ্যায় সৃষ্টিকৰ্তা আছিল।
  • ১৯৯২গীত চেঠীয়ে বিশ্ব পেছাদাৰী বিলিয়ৰ্ড চেম্পিয়নশ্বিপ জয় কৰে।
  • ২০১০দিল্লীত ১৯তম কমনৱেল্‌থ গেইমৰ শুভাৰম্ভ হৈছিল।

জন্ম

  • ১৯২১তিলক হাজৰিকা, অসমীয়া সাংবাদিক আৰু সাহিত্যিক।
  • ১৯৩০শশী শৰ্মা, অসমীয়া শিক্ষাবিদ, সাহিত্যিক, অনুবাদক, সমালোচক।
  • ১৯৩৪হিতেশ্বৰ শইকীয়া, অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী। (কিছুমান ঠাইত ৫ অক্টোৱৰ বুলি আছে)
  • ১৯৩৫প্ৰতিমা বৰুৱা পাণ্ডে, গোৱালপৰীয়া লোকগীতৰ শিল্পী।
  • ১৯৩৯উমেশ বৈশ্য, অসমীয়া শিল্পী,শিক্ষাবিদ, সাহিত্যিক।
  • ১৯৪৯জে.পি. দত্ত, ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা, পৰিচালক আৰু চিত্ৰনাট্য লেখক।
  • ১৯৫৩দীপক মিশ্ৰ, ভাৰতৰ ৪৫তম মুখ্য ন্যায়াধীশ।
  • ১৯৮১জ্লাটান ইব্ৰাহিমোভিছ, চুইডিছ পেছাদাৰী ফুটবলাৰ।

মৃত্যু

  • ১৮৬৭ইলিয়াছ হোৱে, আমেৰিকান অভিযন্তা আৰু চিলাই মেচিনৰ আৱিষ্কাৰক।
  • ১৮৯৬ৱিলিয়াম মৰিছ, ইংৰাজ কবি আৰু সাহিত্যিক। (জন্ম: ১৮৩৪ চন)
  • ১৯২৩কাদম্বিনী গাংগুলী, ভাৰতীয় চিকিৎসক। তেওঁ ব্ৰিটিছ সাম্ৰাজ্যৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা প্ৰথম গৰাকী মহিলা।
  • ২০০৭এম এন বিজয়, ভাৰতীয় লেখক।
  • ২০১১উত্তম বৰুৱা, অসমীয়া প্ৰবন্ধকাৰ আৰু নাট্যকাৰ।
  • ২০১২আব্দুল হক আনছাৰী, ভাৰতীয় ধৰ্মতত্ত্ববিদ আৰু পণ্ডিত।(জঃ ১৯৩১)
  • ২০১৭জালাল তালাবানি, ইৰাকী-কুৰ্দিছ ৰাজনীতিবিদ আৰু ইৰাকৰ ৰাষ্ট্ৰপতি (২০০৫-২০১৪), ৮৩ বছৰ বয়সত মৃত্যু হয়।

উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ