অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৰাম প্ৰবেশ মণ্ডল

ৰাম প্ৰবেশ মণ্ডল পশ্চিমবঙ্গৰ এজন শিক্ষক আৰু ৰাজনীতিবিদ আছিল। তেখেত ১৯৯৬ চনত পশ্চিমবঙ্গ বিধানসভালৈ মানিকচকৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল। ২০১৮ চনৰ ২৩ জুনত তেখেতৰ মৃত্যু হয়।

হালনাগাদ: ২৯ ছেপ্তেম্বৰ ২০২৩ ২৭ শব্দ · ১ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

ৰাম প্ৰবেশ মণ্ডল পশ্চিমবংগৰ এজন শিক্ষক আৰু ৰাজনীতিবিদ আছিল। তেখেত ১৯৯৬ চনত পশ্চিমবঙ্গ বিধানসভালৈ মানিকচকৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল।১ ২০১৮ চনৰ ২৩ জুনত তেখেতৰ মৃত্যু হয়।২

তথ্যসূত্ৰ

  1. ↑ General Elections, India, 1996, to the Legislative Assembly of West Bengal. Constituency-wise Data. Election Commission
  2. ↑ (23 June 2018). পৃথিবীকে চিৰ বিদায় জানালেন প্ৰাক্তন কংগ্ৰেস বিধায়ক তথা বৰ্তমান তৃণমূল নেতা ৰাম প্ৰবেশ মন্ডল. www.damstv.com

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় ৰাজনীতিবিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাম প্ৰবেশ মণ্ডল” প্ৰবন্ধৰ সংশোধন ৩৮৩৫০৫ (২৯ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।