ৰাধিক পিৰামল ২০১০ চনৰ পৰা ভি আই পি ইণ্ডাষ্ট্ৰিজ-ৰ উপসভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে।১ তাৰ আগতে, তেওঁ এক্সিকিউটিভ ডাইৰেক্টৰ আৰু মেনেজিং ডাইৰেক্টৰ হিচাপে কোম্পানীটোত কৰ্মৰত আছিল।২৩
তেওঁ অক্সফোৰ্ড বিশ্ববিদ্যালয়ৰ পৰা স্নাতক আৰু হাৰ্ভাৰ্ড বিজনেছ স্কুলৰ পৰা এমবিএ লাভ কৰিছে।৪ তেওঁ ভাৰতৰ গুটি কেইজনমান ওপেনলি সমকামী কৰ্পোৰেট নেতৃস্থানীয় ব্যক্তিসকলৰ মাজত এজনী।৫
ৰাধিক পিৰামলে লণ্ডনত আমাণ্ডাৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল।৬৭৮৯
তেওঁ বাইপ'লাৰ ডিজঅৰ্ডাৰ সম্পৰ্কে নিজ অভিজ্ঞতা ব্যক্ত কৰিছে।১০
তথ্যসূত্ৰ
- ↑ Layak, Suman. (May 17, 2019). How Radhika Piramal is Steering VIP Industries Towards Bigger and Global Roads. The Economic Times
- ↑ VIP Industries: Thinking out of the box
- ↑ Ganguly, Dibeyendu. (2017-03-27). Being bossy and confident helped me come out: Radhika Piramal, MD, VIP Industries. The Economic Times
- ↑ Ganguly, Dibyendu. (June 23, 2017). London calling for Radhika Piramal, Spouse. The Economic Times
- ↑ Menon, Rashmi. (2015-10-14). We all fear what will happen if we come out of the closet: Radhika Piramal. The Economic Times
- ↑ (2017-10-25). Radhika Piramal: "My parents hoped my gayness was a phase". VOGUE India
- ↑ VIP's Radhika Piramal Weds Her Lady Love in London · Entertainment. iDiva.com
- ↑ (2018-06-24). The (Em)Power List 2018: Radhika Piramal. Verve Magazine
- ↑ Piramal, Radhika. (24 April 2023). The many benefits of marriage equality. দ্য হিন্দু
- ↑ (31 March 2023). Writer-mental health advocate Aparna Piramal Raje shares her struggle with bipolar disorder on LinkedIn. The Economic Times
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাধিকা পিৰামল” প্ৰবন্ধৰ সংশোধন ৫৭৯৫১৫ (১৯ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।