অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৰাজেশ খৈতান

ৰাজেশ খৈতান ( – ১৫ ডিচেম্বৰ ২০১৯) পশ্চিমবঙ্গৰ এজন ৰাজনীতিবিদ আছিল। তেওঁ বড়বাজাৰ বিধানসভা সমষ্টিৰ বিধায়ক আছিল।

হালনাগাদ: ২৮ জানুৱাৰী ২০২০ ৪১ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

ৰাজেশ খৈতান''' ( – ১৫ ডিচেম্বৰ ২০১৯) পশ্চিমবংগৰ এজন ৰাজনীতিবিদ আছিল। তেওঁ বড়বাজাৰ বিধানসভা সমষ্টিৰ বিধায়ক আছিল।

জীৱনী

ৰাজেশ খৈতান ১৯৮২, ১৯৮৭, ১৯৯১ আৰু ১৯৯৬ চনত বড়বাজাৰ বিধানসভা সমষ্টিৰ বিধায়ক হিচাবে নিৰ্বাচিত হৈছিল।১২৩৪ ২০১৯ চনৰ ১৫ ডিচেম্বৰত ৭৫ বয়সত তেখেতৰ মৃত্যু হয়।৫

তথ্যসূত্ৰ

  1. ↑ General Elections, India, 1982, to the Legislative Assembly of West Bengal. Constituency-wise Data, AC No 144. Election Commission
  2. ↑ General Elections, India, 1987, to the Legislative Assembly of West Bengal. Constituency-wise Data, AC No 144. Election Commission
  3. ↑ General Elections, India, 1991, to the Legislative Assembly of West Bengal. Constituency-wise Data, AC No 144. Election Commission
  4. ↑ General Elections, India, 1996, to the Legislative Assembly of West Bengal. Constituency-wise Data, AC No 144. Election Commission
  5. ↑ (16 December 2019). প্ৰাক্তন বিধায়ক প্ৰয়াত. Anandabazar Patrika

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় ৰাজনীতিবিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাজেশ খৈতান” প্ৰবন্ধৰ সংশোধন ২১৩৯০১ (২৮ জানুৱাৰী ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।