ৰাজহুৱা ক্ষেত্ৰ বুলিলে সেইবোৰ কাৰ্যক বুজায় যিবোৰৰ একছেতিয়া অধিকাৰ স্বত্বৰ ম্যাদ শেষ১ বা বাজেয়াপ্ত২ অথবা অপ্ৰযোজ্য হৈছে।৩ উদাহৰণস্বৰূপে, শংকৰদেৱ আৰু মাধৱদেৱৰ কৰ্ম, আৰু চলচ্চিত্ৰ ইতিহাসৰ আৰম্ভণিৰ অধিকাংশ নিৰ্বাক চলচ্চিত্ৰ, বৰ্তমান ৰাজহুৱা ক্ষেত্ৰৰ অধীন, আৰু স্বত্বাধিকাৰ আইন কাৰ্যকৰীৰ পূৰ্বৰ সৃষ্ট সকলো কৰ্ম ইয়াৰ আওতাত পৰে।১
বহিঃসংযোগ
- Public Domain RevieviewvieviewwvieviewvieviewwraphPublic Domain Revieviewviww
- Center for the Study of the Public Domain, Duke University
তথ্যসূত্ৰ
- ↑ জেমছ বয়েল. (২০০৮). The Public Domain: Enclosing the Commons of the Mind. ইয়েল ইউনিভাৰ্চিটি প্ৰেছ. পৃ. ৩৮. ISBN 978-0-300-13740-8
- ↑ ক্ৰিষ্টোফ বীট গ্ৰেবাৰ; মিৰা ব্যুৰি নিনোভা. (১ জানুৱাৰী ২০০৮). Intellectual Property and Traditional Cultural Expressions in a Digital Environment. Edward Elgar Publishing. পৃ. ১৭৩. ISBN 978-1-84720-921-4
- ↑ (১ আগষ্ট ২০১৬). Works Unprotected by Copyright Law. www.bitlaw.com. বিটল
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাজহুৱা ক্ষেত্ৰ” প্ৰবন্ধৰ সংশোধন ২২৭২৮৬ (১৩ মে’ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।