অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
খেল-ধেমালি

ৰাগবী ফুটবল

ৰাগবী ফুটবল হৈছে এটি উচ্চ সংস্পৰ্শধৰ দলগত ক্ৰীড়া, যি মূলতে বলক আগবঢ়াই প্ৰতিপক্ষৰ গ'ললাইন পাৰ কৰাই পইণ্ট সংগ্ৰহ কৰাৰ উদ্দেশ্যে খেল হয়। ই মূলতঃ দুটা শাখাত বিভক্ত — ৰাগবী ইউনিয়ন (প্ৰতিটো দলত ১৫জনকৈ খেলুৱৈ) আৰু ৰাগবি লীগ (প্ৰতিটো দলত ১৩জনকৈ খেলুৱৈ)।

হালনাগাদ: ২৮ জুন ২০২৫ ৮৯ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

ৰাগবী ফুটবল হৈছে এটি উচ্চ সংস্পৰ্শধৰ দলগত ক্ৰীড়া, যি মূলতে বলক আগবঢ়াই প্ৰতিপক্ষৰ গ'ললাইন পাৰ কৰাই পইণ্ট সংগ্ৰহ কৰাৰ উদ্দেশ্যে খেল হয়। ই মূলতঃ দুটা শাখাত বিভক্ত — ৰাগবী ইউনিয়ন (প্ৰতিটো দলত ১৫জনকৈ খেলুৱৈ) আৰু ৰাগবি লীগ (প্ৰতিটো দলত ১৩জনকৈ খেলুৱৈ)। এই খেল * নিউজিলেণ্ড, অষ্ট্ৰেলিয়া, দক্ষিণ আফ্ৰিকা, ইংলেণ্ড, ফ্ৰান্স, ফিজি আদি দেশত জনপ্ৰিয়।

ইতিহাস

ৰাগবি ফুটবল ১৯শ শতিকাৰ আৰম্ভণিতে ইংলেণ্ডৰ ৰাগবি স্কুলত উদ্ভৱ হৈছিল। কাহিনী মতে, ১৮২৩ চনত উইলিয়াম ৱেব এলিছ নামৰ এজন ছাত্ৰে ফুটবল খেলি থাকোঁতে বলটো হাতে ধৰি দৌৰিছিল—এই ঘটনাই ৰাগবিৰ সূচনা কৰিছিল বুলি বিশ্বাস কৰা হয়।১

তথ্যসূত্ৰ

  1. ↑ The History of Rugby. World Rugby Museum

সম্পৰ্কিত শ্ৰেণী

কলাবিনোদনখেল

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাগবী ফুটবল” প্ৰবন্ধৰ সংশোধন ৫২১১৭৫ (২৮ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।