অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৰবি বিষ্ণই

ৰবি বিষ্ণই (জন্ম ৫ ছেপ্টেম্বৰ ২০০০) এজন ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ। তেওঁ ভাৰতীয় ক্ৰিকেট দলৰ হৈ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত প্ৰতিনিধিত্ব কৰে। তেওঁ এজন Right-arm leg-break bowler। ২০২২ চনৰ ফেব্ৰুৱাৰী মাহত তেওঁ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অভিষেক ঘটায়।

হালনাগাদ: ২৯ জুলাই ২০২৫ ৮১ শব্দ · ১ মিনিট সংগৃহীত ৬২
সংশোধনৰ পৰামৰ্শ

ৰবি বিষ্ণই (জন্ম ৫ ছেপ্টেম্বৰ ২০০০) এজন ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ। তেওঁ ভাৰতীয় ক্ৰিকেট দলৰ হৈ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত প্ৰতিনিধিত্ব কৰে। তেওঁ এজন Right-arm leg-break bowler। ২০২২ চনৰ ফেব্ৰুৱাৰী মাহত তেওঁ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অভিষেক ঘটায়। লক্ষ্ণৌ ছুপাৰ জায়েন্টছ, পাঞ্জাব কিংছৰ হৈ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ আৰু গুজৰাটৰ হৈ ঘৰুৱা ক্ৰিকেটত খেলে। ২০২০ চনৰ ১৯ বছৰ অনুৰ্ধ ক্ৰিকেট বিশ্বকাপত ভাৰতৰ হৈ খেলি ১৭টা উইকেটৰ সৈতে প্ৰতিযোগিতাখনৰ সৰ্বাধিক উইকেট দখলকাৰী হিচাপে অন্ত পেলায়। ২০২৩ চনৰ ডিচেম্বৰ মাহত তেওঁ শীৰ্ষ ৰেংকিঙৰ টি-২০ আই বলাৰ হিচাপে পৰিগণিত হয়।

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় ক্ৰিকেটাৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰবি বিষ্ণই” প্ৰবন্ধৰ সংশোধন ৫২৮৫৭৯ (২৯ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।