অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাস

ৰত্ন প্ৰসাদ

ৰত্ন প্ৰসাদ বা শ্ৰীলংকাৰ স্থানীয় ভাষাত ৰত্ন প্ৰসাদয়া আছিল ১৬৭ চনৰপৰা ১৮৬ খ্ৰীষ্টাব্দলৈ প্ৰাচীন শ্ৰীলংকাত শাসন কৰা ৰজা কনিত্ত তিছাই নিৰ্মাণ কৰা এটা স্তম্ভ। অষ্টম আৰু দশম শতিকাৰ সময়ছোৱাত দ্বিতীয় মিহিন্দু আৰু চতুৰ্থ মিহিন্দুই এই ভৱনটো সংস্কাৰ কৰিছিল।

হালনাগাদ: ৬ ডিচেম্বৰ ২০২৫ ৮১ শব্দ · ১ মিনিট সংগৃহীত ৫৯
সংশোধনৰ পৰামৰ্শ

ৰত্ন প্ৰসাদ বা শ্ৰীলংকাৰ স্থানীয় ভাষাত ৰত্ন প্ৰসাদয়া আছিল ১৬৭ চনৰপৰা ১৮৬ খ্ৰীষ্টাব্দলৈ প্ৰাচীন শ্ৰীলংকাত শাসন কৰা ৰজা কনিত্ত তিছাই নিৰ্মাণ কৰা এটা স্তম্ভ। অষ্টম আৰু দশম শতিকাৰ সময়ছোৱাত দ্বিতীয় মিহিন্দু আৰু চতুৰ্থ মিহিন্দুই এই ভৱনটো সংস্কাৰ কৰিছিল। পাঞ্চকুলিকা পন্থাৰ অন্তৰ্গত তপোবনৰ ভিক্ষুসকল ইয়াতেই বাস কৰিছিল। অনুৰাধাপুৰ যুগৰ আটাইতকৈ উন্নত আৰু নিখুঁতভাৱে সংৰক্ষিত গাৰ্ডষ্টোনকে ধৰি অভয়াগিৰি বিহাৰয়াৰ সুন্দৰ গাৰ্ডষ্টোন ইয়াত পোৱা যায়।

বাহ্যিক সংযোগ

সম্পৰ্কিত শ্ৰেণী

ঐতিহাসিক কীৰ্তিচিহ্নশ্ৰীলংকাৰ স্থাপত্য

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰত্ন প্ৰসাদ” প্ৰবন্ধৰ সংশোধন ৫৬১৬৫৭ (৬ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।