অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৰঞ্জিতা কোলী

ৰঞ্জিতা কোলী (Ranjeeta Koli; জন্ম: ৯ মে' ১৯৭৯) এগৰাকী ভাৰতীয় কৃষিবিদ আৰু ৰাজনীতিবিদ। ২০১৯ চনৰ ভাৰতীয় সাধাৰণ নিৰ্বাচনত তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ সদস্য হিচাপে ৰাজস্থানৰ ভাৰতপুৰৰ পৰা ভাৰতৰ সংসদৰ নিম্ন সদন লোকসভালৈ নিৰ্বাচিত হয়।

হালনাগাদ: ১২ ফেব্ৰুৱাৰী ২০২৫ ৮৬ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

ৰঞ্জিতা কোলী (Ranjeeta Koli; জন্ম: ৯ মে' ১৯৭৯) এগৰাকী ভাৰতীয় কৃষিবিদ আৰু ৰাজনীতিবিদ। ২০১৯ চনৰ ভাৰতীয় সাধাৰণ নিৰ্বাচনত তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ সদস্য হিচাপে ৰাজস্থানৰ ভাৰতপুৰৰ পৰা ভাৰতৰ সংসদৰ নিম্ন সদন লোকসভালৈ নিৰ্বাচিত হয়।১ তেওঁ ৭,০৭,৯৯২ টা ভোট লাভ কৰি নিৰ্বাচনত জয়লাভ কৰে যি আছিল মুঠ ভোটৰ প্ৰায় ৬১.৭৪%। তেওঁ ৰাজনীতিত নতুন যদিও তেওঁ ৰাজনৈতিক পৰিয়ালৰ। তেওঁৰ শহুৰেক গংগাৰাম কোলী ১৯৯১ চনৰ পৰা ১৯৯৮ চনলৈকে বায়ানা লোকসভা সমষ্টিৰ পৰা তিনিবাৰ সাংসদ আছিল।২৩৪ৰঞ্জিতা কোলীয়ে ৰাজস্থানৰে ৰাজকীয় বালিকা বিদ্যালয়ৰ পৰা শিক্ষা গ্ৰহণ কৰে৷ তেওঁৰ স্বামী হোমচান্দজী গংগাৰামজী কোলী৷

তথ্যসূত্ৰ

  1. ↑ (23 May 2019). Bharatpur Lok Sabha Election Result 2019: BJP's Ranjeeta Koli victorious against Congress' Abhijeet Jatav. Daily News and Analysis
  2. ↑ Tiwari, Rituraj. (1 May 2019). Bharatpur: A battle of Dalits in the Jat belt of Rajasthan. Rituraj Tiwari. The Economic Times
  3. ↑ (24 May 2019). पहले तीन बार ससुर, अब बहू बनी सांसद. Patrika
  4. ↑ (2021-11-14). जानलेवा हमले की निंदा: सांसद रंजीता कोली पर किए जानलेवा हमला की कोली समाज ने निंदा की. Dainik Bhaskar

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ মহিলা সাংসদলোকসভাৰ সাংসদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰঞ্জিতা কোলী” প্ৰবন্ধৰ সংশোধন ৪৭৬২৭৪ (১২ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।