অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৰজনী অশোকৰাও পাটিল

ৰজনী অশোকৰাও পাটিল ( Rajani Ashokrao Patil; জন্ম: ৫ ডিচেম্বৰ ১৯৫৮) এগৰাকী ভাৰতীয় ৰাজনীতিক তথা ভাৰতীয় জাতীয় কংগ্ৰেছ পাৰ্টিৰ সদস্য। তেওঁ জম্মু আৰু কাশ্মীৰৰ সৰ্বভাৰতীয় কংগ্ৰেছ কমিটিৰ তত্বাৱধায়ক। তেওঁ এগৰাকী ৰাজ্যসভাৰ সদস্য আৰু ভাৰতীয় সংসদৰ উচ্চ সদন ৰাজ্যসভাত তেওঁ মহাৰাষ্ট্ৰক প্ৰতিনিধিত্ব কৰে।

হালনাগাদ: ২৪ ছেপ্তেম্বৰ ২০২৬ ১১৭ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

ৰজনী অশোকৰাও পাটিল ( Rajani Ashokrao Patil; জন্ম: ৫ ডিচেম্বৰ ১৯৫৮) এগৰাকী ভাৰতীয় ৰাজনীতিক তথা ভাৰতীয় জাতীয় কংগ্ৰেছ পাৰ্টিৰ সদস্য।১ তেওঁ জম্মু আৰু কাশ্মীৰৰ সৰ্বভাৰতীয় কংগ্ৰেছ কমিটিৰ তত্বাৱধায়ক।২ তেওঁ এগৰাকী ৰাজ্যসভাৰ সদস্য আৰু ভাৰতীয় সংসদৰ উচ্চ সদন ৰাজ্যসভাত তেওঁ মহাৰাষ্ট্ৰক প্ৰতিনিধিত্ব কৰে।৩ সংসদত কৰা প্ৰদৰ্শনৰ বাবে তেওঁক শ্ৰেষ্ঠ নৱোদিত সংসদীয় বঁটাৰে সন্মানিত কৰা হয়।৪ ইয়াৰ পূৰ্বে তেওঁ একাদশ লোকসভাত বীদৰ পৰা লোকসভালৈ নিৰ্বাচিত হৈছিল।৫৬ ২০০৫ চনত তেওঁ কেন্দ্ৰীয় সমাজ কল্যাণ ব'ৰ্ডৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হয়।৭ নিউয়ৰ্কত থকা ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়ত মহিলাৰ মৰ্যাদাৰ ওপৰত ৰাষ্ট্ৰসংঘৰ আয়োগৰ ৪৯তম অধিবেশনত তেওঁ ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।৮ মহাবিদ্যালয়ত পঢ়ি থাকোঁতে তেওঁ ভাৰতীয় ৰাষ্ট্ৰীয় ছাত্ৰ সংঘৰ (NSUI) এগৰাকী নেত্ৰী আছিল। ১৯৯২ চনত বিনা প্ৰতিদ্বন্দ্বিতাৰে জিলা পৰিষদলৈ নিৰ্বাচিত হৈ নিৰ্বাচনী ৰাজনীতিত নিজৰ কৰ্মজীৱন আৰম্ভ কৰে।৯

তথ্যসূত্ৰ

  1. ↑ रापतवार, सुदर्शन. (2024-11-15). सहज सुचलं म्हणून.!. Madhyam Publication's. ISBN 978-81-902787-8-2
  2. ↑ (2018-05-22). Rajani Patil is Congress in-charge for Himachal Pradesh. Hindustan Times
  3. ↑ (5 January 2013). Rajni Patil wins RS bypoll from Maharashtra. Zee News
  4. ↑ Lokmat Parliamentary Awards 2017 honours distinguished LS and RS members of India - Exchange4media. Indian Advertising Media & Marketing News – exchange4media
  5. ↑ (2 January 2013). Rajni Patil may be elected unopposed to Rajya Sabha. Business Standard
  6. ↑ (13 March 2018). Sonia Gandhi made the day for outgoing Congress Rajya Sabha MP Rajani Patil. Mohua Chatterjee. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  7. ↑ Girija Vyas new chairperson of NCW, Rajni Patil heads CSWB. Outlook (India)
  8. ↑ (2005-03-01). Rajani Patil to represent India at UN session on women. Zee News
  9. ↑ Rajani Patil · National Portal of India. india.gov.in

সম্পৰ্কিত শ্ৰেণী

ৰাজ্যসভাৰ সাংসদভাৰতীয় ৰাজনীতিবিদলোকসভাৰ সাংসদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰজনী অশোকৰাও পাটিল” প্ৰবন্ধৰ সংশোধন ৬৩৭৯২০ (২৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।