হৰেন্দ্ৰ চিত্ৰ মহাবিদ্যালয়, ভক্তৰডবাক সাধাৰণতেএইচ.চি. কলেজ বুলিও জনা যায়। ১৯৯২ চনত প্ৰতিষ্ঠা হোৱা এইখন এখন স্নাতক মহাবিদ্যালয়। মহাবিদ্যালয়খন অসমৰ বৰপেটা জিলাৰ ভক্তৰডবা নামত ঠাইখনত অবস্থিত। মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ সৈতে সংলগ্ন হৈ আছে। ১২৩৪৫৬৭৮৯১০১১১২১৩
বিভাগসমূহ
কলা অনুষদ
- বাধ্যতামূলক বিষয়
- ইংৰাজী
- আধুনিক ভাৰতীয় ভাষা (অসমীয়া,বাংলা), বিকল্প, ইংৰাজী আৰু বড়ো
- মুখ্য বিষয়
- আধুনিক ভাৰতীয় ভাষা (MIL) অসমীয়া
- ৰাজনৈতিক বিজ্ঞান
- শিক্ষা
- আৰবী
- বিষয়ৰ সংমিশ্ৰণ
- অৰ্থনীতি
- দৰ্শন
- ইতিহাস
- শৈক্ষিকআৰু প্ৰয়োজনীয় পাঠ্যক্ৰম অসমীয়া (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)
তথ্যসূত্ৰ
- ↑ Tribune, The Assam. (2022-11-10). Assam: Cops arrest two more in Ishan Uday Scholarship Scam. assamtribune.com
- ↑ GU:: Admit Card Download. admissions.guportal.in
- ↑ Tribune, The Assam. (2022-11-02). Assam: Police bust racket of fake students collecting scholarships illegally. assamtribune.com
- ↑ Welcome to Harendra Chitra College!. Harendra Chitra College
- ↑ Harendra Chitra College. Harendra Chitra College
- ↑ HARENDRA-CHITRA JR. COLLEGE PAKABETBARI. www.schoolsworld.in
- ↑ Nishi. (2020-06-29). Harendra Chitra College Merit List 2020 at hccollege.org for Admission & Results of TDC HS/UG. BoardUnivResult: Results & Merit List
- ↑ Programme Information. Assam State Higher Education Admission Portal
- ↑ HCC - Harendra Chitra College · Youth4work. youth4work.com
- ↑ Harendra-Chitra College, Barpeta, Barpeta, Assam, India, Group ID:-Contact Address, Phone, EMail, Website, Courses Offered, Admission. Webindia123.com career
- ↑ Harendra Chitra College · heis-rusa.assam.gov.in. assam.gov.in
- ↑ Bharat, E. T. V. (2022-12-24). Scam in students scholarship: বৰপেটাত মহাবিদ্যালয়ৰ অধ্যক্ষসহ গ্ৰেপ্তাৰ দুই. ETV Bharat News
- ↑ Nishi. Harendra Chitra College Merit List 2020 at hccollege.org for Admission & Results of TDC HS/UG. BoardUnivResult: Results & Merit List
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হৰেন্দ্ৰ চিত্ৰা মহাবিদ্যালয়, ভক্তৰডবা” প্ৰবন্ধৰ সংশোধন ৬২৫৮০২ (১০ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।