অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

ভক্তৰডবা

ভক্তৰডবা (Bhaktardoba) অসমৰ বৰপেটা জিলাত অৱস্থিত এখন বজাৰ। ই কালদিয়া নদীৰ পাৰত অৱস্থিত। কাষৰীয়া গাঁওসমূহৰ ভিতৰত নলীগাঁও, হেলচাৰ পাম, নলীৰ পাম, নলীৰ পাথাৰ, কাৱৈমাৰী ব্লক নং ৯, কাৱৈমাৰী ব্লক নং ১০, পিঠাদী গাঁও আৰু পিঠাদী পাম।

হালনাগাদ: ১৬ মাৰ্চ ২০২৪ ১৪৭ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

ভক্তৰডবা (Bhaktardoba) অসমৰ বৰপেটা জিলাত অৱস্থিত এখন বজাৰ। ই কালদিয়া নদীৰ পাৰত অৱস্থিত। কাষৰীয়া গাঁওসমূহৰ ভিতৰত নলীগাঁও, হেলচাৰ পাম, নলীৰ পাম, নলীৰ পাথাৰ, কাৱৈমাৰী ব্লক নং ৯, কাৱৈমাৰী ব্লক নং ১০, পিঠাদী গাঁও আৰু পিঠাদী পাম।১

ভৌগোলিক বিৱৰণ

ভৌগোলিকভাৱে ভক্তৰডবা ত অৱস্থিত। সাগৰ পৃষ্ঠৰ পৰা ইয়াৰ গড় উচ্চতা প্ৰায় ৪৩ মিটাৰ (১৪১ ফুট)।

যাতায়ত ব্যৱস্থা

কয়াকুছি নলীগাঁও পথে ভক্তৰডবা বজাৰক জিলাৰ সৈতে সংযোগ কৰে। ৰাজহুৱা পৰিবহণ বাছ আৰু মিনি বাছৰ ব্যৱস্থা আছে যিয়ে জিলাখন আৰু গুৱাহাটী মহানগৰীক সংযোগ কৰে।

শিক্ষা

বিদ্যালয় ২

  1. পশ্চিম পাকা আজাদ মেমোৰিয়েল হাইস্কুল।৩
  2. পশ্চিম পাকা আজাদ মেমোৰিয়েল এম.ই মাদ্ৰাছা।৪
  3. দেশ ভক্ত এম.ই.স্কুল।৫
  4. দেশভক্ত গাৰ্লচ হাইস্কুল।৬
  5. নলীগাঁও এইচ প্ৰি-চিনিয়ৰ মাদ্ৰাছা।৭
  6. দেশভক্ত প্ৰাক জ্যেষ্ঠ মাদ্ৰাছা।
  7. এন.কে গাৰ্লছ হাইস্কুল।
  8. পিঠাদী হাইস্কুল।
  9. ৰেড ৰোজ মডেল স্কুল।
  10. আধুনিক ইংৰাজী বিদ্যালয় (ভক্তৰডবা)।
  11. ৰয়েল একাডেমী আজাদ জাতীয় বিদ্যালয়।
  12. এক্সিলেণ্ট একাডেমী (ভক্তৰডবা)।
  13. গ্ল’বেল একাডেমী।
  14. এ.কে টেলেণ্ট একাডেমী (ভক্তৰডবা)।
  15. নাইন ষ্টাৰ গোল্ডেন একাডেমী।
  16. নিউ মডেল একাডেমী (ডিবিএছ) হেলচা।

মহাবিদ্যালয়

  1. হৰেন্দ্ৰা চিত্ৰা জুনিয়ৰ কলেজ, ভক্তৰডবা।৮
  2. হৰেন্দ্ৰা চিত্ৰা মহাবিদ্যালয়, ভক্তৰডবা।৯

তথ্যসূত্ৰ

  1. ↑ Untitled Document. nhmssd.assam.gov.in
  2. ↑ Schools in Bhaktardaba Cluster · List of Schools in Bhaktardaba Cluster, Barpeta District (Assam). schools.org.in
  3. ↑ PACHIM PAKA AZ. M. HIGH SCHOOL - Kawaimari 10 No. Block, District Barpeta (Assam). schools.org.in
  4. ↑ PACHIM PAKA AZAD MEMO. MEM - Kawaimari 10 No. Block, District Barpeta (Assam). schools.org.in
  5. ↑ DESH BHAKTA M.E.SCHOOL - Naligaon, District Barpeta (Assam). schools.org.in
  6. ↑ DESHBHAKTA GIRLS HIGH SCHOOL - Naligaon, District Barpeta (Assam). schools.org.in
  7. ↑ NALIGAON H. PRE-SENIOR MADRASSA - Naligaon, District Barpeta (Assam). schools.org.in
  8. ↑ HARENDRA-CHITRA JR. COLLEGE - Naligaon, District Barpeta (Assam). schools.org.in
  9. ↑ Account Suspended. hccollege.org

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভক্তৰডবা” প্ৰবন্ধৰ সংশোধন ৪১২৩৪০ (১৬ মাৰ্চ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।