অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

হোশিয়াৰ সিং দাহিয়া

কৰ্ণেল হোশিয়াৰ সিং দাহিয়া (Hoshiar Singh Dahiya), পিভিচি (৫ মে' ১৯৩০-৬ ডিচেম্বৰ ১৯৯৮) ভাৰতীয় সেনাৰ এজন বিষয়া আছিল। ১৯৭১ চনৰ ভাৰত-পাকিস্তানৰ যুদ্ধৰ সময়ত দেখুওৱা বীৰত্বৰ বাবে তেখেতে ভাৰতৰ সৰ্বোচ্চ সামৰিক সন্মান পৰম বীৰ চক্ৰ লাভ কৰিছিল।

হালনাগাদ: ১৭ ছেপ্তেম্বৰ ২০২৩ ৯৬ শব্দ · ১ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

কৰ্ণেল হোশিয়াৰ সিং দাহিয়া (Hoshiar Singh Dahiya), পিভিচি (৫ মে' ১৯৩০-৬ ডিচেম্বৰ ১৯৯৮) ভাৰতীয় সেনাৰ এজন বিষয়া আছিল। ১৯৭১ চনৰ ভাৰত-পাকিস্তানৰ যুদ্ধৰ সময়ত দেখুওৱা বীৰত্বৰ বাবে তেখেতে ভাৰতৰ সৰ্বোচ্চ সামৰিক সন্মান পৰম বীৰ চক্ৰ লাভ কৰিছিল।১

প্ৰাথমিক জীৱন

ৰোহতকৰ এখন জাট কলেজত অধ্যয়ন কৰাৰ পাছত হোশিয়াৰ সিঙে সেনাবাহিনীত যোগদান কৰে। ১৯৬৩ চনৰ ৩০ জুনত ভাৰতীয় সেনাবাহিনীৰ গ্ৰেনেডিয়াৰ্ছ ৰেজিমেণ্টত কমিচন লাভ কৰে।১৯৬৫ চনৰ ৩০ জুনত তেখেতে লেফটেনেন্ট পদলৈ পদোন্নতি লাভ কৰে।১

সামৰিক জীৱন

তেওঁৰ প্ৰথম কৰ্মস্থল আছিল উত্তৰ-পূব সীমান্ত অঞ্চলত। ১৯৬৫ চনৰ ভাৰত-পাকিস্তান যুদ্ধত তেওঁ ৰাজস্থান অঞ্চলত অংশ লৈছিল। ১৯৬৯ চনৰ ৩০ জুনত তেওঁ অধিনায়ক পদত পদোন্নতি লাভ কৰে।

লগতে চাওক

  • বসন্তৰৰ যুদ্ধ

তথ্যসূত্ৰ

  1. ↑ Hoshiar Singh Dahiya

সম্পৰ্কিত শ্ৰেণী

পৰম বীৰ চক্ৰ প্ৰাপক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হোশিয়াৰ সিং দাহিয়া” প্ৰবন্ধৰ সংশোধন ৩৭৮৪৫৯ (১৭ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।