হেৰমান কাৰ্ম হেস্ (Hermann Karl Hesse) (২ জুলাই ১৮৭৭-৯ আগষ্ট ১৯৬২) আছিল জাৰ্মানীত জন্ম গ্ৰহণ কৰা এজন বিশিষ্ট কবি, ঔপন্যাসিক আৰু চিত্ৰকৰ। ১৯৪৬ খ্ৰীষ্টাব্দত তেওঁ সাহিত্যত ন'বেল বঁটা লাভ কৰে।১ ভাৰতীয় শ্ৰমণ দৰ্শনৰ আধাৰত ১৯২২ চনত তেওঁ জাৰ্মান ভাষাত সিদ্ধাৰ্থ নামৰ কালজয়ী উপন্যাসখনো ৰচনা কৰিছিল।
সাহিত্য কৰ্ম
- (১৯০০) হেৰমান লস্কাৰ
- (১৯০৬) বিনিথ দ্য হুইল (দ্য প্ৰডিজি নামে প্ৰকাশিত)
- (১৯১০) গাৰ্টুড
- (১৯১৪) ইন দি ওল্ড সান
- (১৯১৯) ষ্ট্ৰেঞ্জ নিউজ ফ্ৰম অ্যানাদাৰ ষ্টাৰ
- (১৯১৯) ডেমিয়ান (এমিল সিনক্লেয়াৰ ছদ্মনামে প্ৰকাশিত)
- (১৯২২) সিদ্ধাৰ্থ
- (১৯২৭) ষ্টেপেনউলফ
- (১৯৩২) জাৰ্নি টু দ্য ওয়েষ্ট
- (১৯৪৩) দ্য গ্লাস বিড গেম (ম্যাজিষ্টাৰ লুডি নামে প্ৰকাশিত)
তথ্যসূত্ৰ
- ↑ Nobel Prize in Literature 1946. Nobel Foundation
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হেৰমান হেস” প্ৰবন্ধৰ সংশোধন ২৮২০৫৫ (১৩ জুন ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।