সৰ্পিলাকাৰ আলু বা স্পাইৰেল প'টেট ( কোৰিয়ান: 회오리 감자), যাক টুইষ্ট পটেটো, আলু ঘূৰ্ণন, প'টেট' অ'ন ষ্টিক, টৰ্নেডো ফ্ৰাই ১ ২ বা ( অষ্ট্ৰেলিয়াত ) চিপছ অ'ন ষ্টিক বুলিও কোৱা হয়, দক্ষিণ কোৰিয়াৰ এটা জনপ্ৰিয় পথৰ খাদ্য (ষ্ট্ৰীট ফুড), ৩ মূলতঃ জেয়ং ইউনে বিকশিত কৰিছিল Suk of Agricultural Hoeori Inc. ১ ৪ ই হৈছে ফ্ৰেঞ্চ ফ্ৰাইৰ দৰেই স্কেৱাৰত সৰ্পিলভাৱে কাটি লোৱা গোটা আলু আৰু ইয়াক বিভিন্ন ধৰণৰ জুতি যেনে পিঁয়াজ, পনিৰ বা মৌৰে ব্ৰাছ কৰা হয়। এই প্ৰকাৰত ভিন্ন ফ্লেভাৰ দি ভিন্ন সোৱাদ দিয়া হয়। ৫ অষ্ট্ৰেলিয়াতো ইয়াৰ জনপ্ৰিয়তা আছে। শেহতীয়াকৈ অসমত ইয়াৰ জনপ্ৰিয়তা বৃদ্ধি পাইছে।
তথ্যসূত্ৰ
- ↑ (14 June 2016). Twist potato(Pd No.: 3060030). buyKOREA. KOTRA
- ↑ (27 June 2009). http://www.seriouseats.com/2009/06/the-tornado-potato-fries-touches-down-in-the-us-wildwood-boardwalk-nj.html
- ↑ Adeline. (2016). Food, Foodways and Foodscapes: Culture, Community and Consumption in Post-Colonial Singapore. World Scientific. পৃ. 45. ISBN 978-981-4641-21-0
- ↑ (16 May 2016). http://news.donga.com/Main/3/all/20160516/78124212/1
- ↑ (3 April 2016). Seoul Food: Hitting the streets in search of Octopus
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সৰ্পিলাকাৰ আলু (স্পাইৰেল প'টেট')” প্ৰবন্ধৰ সংশোধন ৪০৯৭৫৬ (৪ মাৰ্চ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।