অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

স্বৰূপ সিংহ

মহাৰাণা স্বৰূপ সিংহ ( Maharana Swarup Singh) তেওঁ পৰিয়ালটোৰ বাগুৰ শাখাৰ মহাৰাজ শিৱদন সিঙৰ জৈৱিক পুত্ৰ আছিল যদিও তেওঁক ডাঙৰ ভাতৃ মহাৰাণা চৰ্দাৰ সিংহই দত্তক লৈছিল।

হালনাগাদ: ২৬ জানুৱাৰী ২০২৬ ৭৭ শব্দ · ১ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ

মহাৰাণা স্বৰূপ সিংহ১ ( Maharana Swarup Singh) তেওঁ পৰিয়ালটোৰ বাগুৰ শাখাৰ মহাৰাজ শিৱদন সিঙৰ জৈৱিক পুত্ৰ আছিল যদিও তেওঁক ডাঙৰ ভাতৃ মহাৰাণা চৰ্দাৰ সিংহই দত্তক লৈছিল।২ তেওঁৰ ৰাজত্বকাল ১৮৫৭ চনৰ ভাৰতীয় বিদ্ৰোহক সামৰি লৈছিল যদিও ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰে ১৮১৮ চনত হোৱা চুক্তিৰ মহাৰাজা ভীম সিঙে স্বাক্ষৰ কৰা পক্ষ হিচাপে তেওঁ পাৰ্শ্বৱৰ্তী হৈ আছিল। ভাৰতীয় বিদ্ৰোহৰ চাৰি বছৰৰ পাছত ১৮৬১ চনত তেওঁৰ মৃত্যু হয়। তেওঁৰ পিছত তেওঁৰ ভাতৃ কুঁৱৰ শ্বেৰ সিঙৰ পুত্ৰ ভাগিন শম্ভূ সিংহই ৰাজপাটত বহে।

তথ্যসূত্ৰ

  1. ↑ UDAIPUR
  2. ↑ Bagore (Thikana)

সম্পৰ্কিত শ্ৰেণী

ছিছোদিয়া বংশ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “স্বৰূপ সিংহ” প্ৰবন্ধৰ সংশোধন ৫৭১৬৫৮ (২৬ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।