অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

সোহম শ্বাহ

সোহম শ্বাহ (Sohum Shah) এজন ভাৰতীয় অভিনেতা, প্ৰযোজক, উদ্যোগী৷ তেওঁ সাধাৰণতে হিন্দী চলচ্চিত্ৰ উদ্যোগৰ লগত জড়িত। ২০০৯ চনত সোহম শ্বাহক বাবৰ নামৰ ছবিখনত খলনায়কৰ ভূমিকাত পোনপ্ৰথমবাৰৰ বাবে দেখিবলৈ পোৱা গৈছিল৷ পৰৱৰ্তী সময়ত ২০১২ চনত তেওঁ ৰিচাইকলৱালা ফিল্মছৰ অধীনত নিৰ্মিত ৰাষ্ট্ৰীয় বঁটা বিজয়ী ছবি…

হালনাগাদ: ১৬ অক্টোবৰ ২০২৩ ৬৯ শব্দ · ১ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ

সোহম শ্বাহ (Sohum Shah) এজন ভাৰতীয় অভিনেতা, প্ৰযোজক, উদ্যোগী৷ তেওঁ সাধাৰণতে হিন্দী চলচ্চিত্ৰ উদ্যোগৰ লগত জড়িত। ২০০৯ চনত সোহম শ্বাহক বাবৰ নামৰ ছবিখনত খলনায়কৰ ভূমিকাত পোনপ্ৰথমবাৰৰ বাবে দেখিবলৈ পোৱা গৈছিল৷ পৰৱৰ্তী সময়ত ২০১২ চনত তেওঁ ৰিচাইকলৱালা ফিল্মছৰ অধীনত নিৰ্মিত ৰাষ্ট্ৰীয় বঁটা বিজয়ী ছবি শ্বিপ অৱ থিছিয়াছত অভিনয় কৰে।১২০১৫ চনত শ্বাহে তালৱাৰ আৰু ২০১৭ চনত ছিমৰন ছবিত অভিনয় কৰে।২তেওঁৰ দ্বাৰা অভিনীত আৰু প্ৰযোজিত ছবি টুম্বাড়ে সমালোচকৰ যথেষ্ট প্ৰশংসা লাভ কৰিছিল।

তথ্যসূত্ৰ

  1. ↑ Frater, Patrick. (2018-03-21). FilMart: 'Theseus' Producer Sohum Shah Pitches Fantasy Thriller 'Tumbad'. Variety
  2. ↑ (2017-09-07). Simran actor Sohum Shah on playing Kangana Ranaut's love interest, nepotism and his journey to Bollywood. The Indian Express

সম্পৰ্কিত শ্ৰেণী

অভিনেতাভাৰতীয় অভিনেতাহিন্দী চলচ্চিত্ৰৰ অভিনেতা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সোহম শ্বাহ” প্ৰবন্ধৰ সংশোধন ৩৮৭৭৬৩ (১৬ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।