অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

সুমন পোখৰেল

সুমন পোখৰেল (নেপালী: सुमन पोखरेल; জন্ম ২১ ছেপ্টেম্বৰ ১৯৬৭) এজন নেপালী কবি, গীতিকাৰ, নাট্যকাৰ, অনুবাদক আৰু শিল্পী। নেপাল আৰু ভাৰতৰ বিভিন্ন বিশ্ববিদ্যালয়ে তেওঁৰ কবিতা পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিছে। পোখৰেল হৈছে একমাত্ৰ সাহিত্যিক যিজনে দুবাৰ সাৰ্ক সাহিত্য পুৰস্কাৰ লাভ কৰিছে।

হালনাগাদ: ৩০ জুলাই ২০২৬ ৬৪ শব্দ · ১ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ

সুমন পোখৰেল (নেপালী: सुमन पोखरेल; জন্ম ২১ ছেপ্টেম্বৰ ১৯৬৭) এজন নেপালী কবি, গীতিকাৰ, নাট্যকাৰ, অনুবাদক আৰু শিল্পী। নেপাল আৰু ভাৰতৰ বিভিন্ন বিশ্ববিদ্যালয়ে তেওঁৰ কবিতা পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিছে।১২৩

পোখৰেল হৈছে একমাত্ৰ সাহিত্যিক যিজনে দুবাৰ সাৰ্ক সাহিত্য পুৰস্কাৰ লাভ কৰিছে। তেওঁ এই পুৰস্কাৰ ২০১৩ আৰু ২০১৫ চনত লাভ কৰিছিল। তেখেতে শালুক আন্তঃৰাষ্ট্ৰীয় সাহিত্য পুৰস্কাৰ আৰু এছিয়াৰ অনুপ্ৰেৰক কবিৰ পুৰস্কাৰসহ বহুতো ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সাহিত্য পুৰস্কাৰে সন্মানিত।৪১২৫৬

তথ্যসূত্ৰ

  1. ↑ Art of Being Human, An Anthology of International Poetry – Volume 9 p.144, 145, Canada Editors- Daniela Voicu & Brian Wrixon
  2. ↑ Ghimire, Madhav. (26 May 2018). फ्रान्सेली पाखुरामा नेपाली कविता. kantipurdaily.com
  3. ↑ Suman Pokhrel. Geni.com
  4. ↑ Tripathee, Geeta. (December 2021). 'बर्सात्‌मा बुद्धको मूर्ति सामु' कवितामा शिल्प र सौन्दर्य. Journal of Fine Arts Campus. Fine Arts Campus. পৃ. 50–55
  5. ↑ প্ৰভা সংবাদদাতা. (10 March 2023). শালুক সাহিত্য পুৰস্কাৰ লাভ কৰিলে তিনিখন দেশৰ কথাসাহিত্যিক আৰু কবি
  6. ↑ (22 October 2023). Suman Pokhrel has Bagged Asia's Inspiring Poet Award

সম্পৰ্কিত শ্ৰেণী

নেপালৰ সাহিত‍্যিককবিসাহিত্যিকনেপালী ভাষাৰ সাহিত্যিক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সুমন পোখৰেল” প্ৰবন্ধৰ সংশোধন ৬২১৫২২ (৩০ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।