অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

সাৰংগী (নেপালী)

নেপালী সাৰংগী (নেপালী: नेपाली सारंगी) নেপালী এবিধ লোকবাদ্য। ই এক প্ৰকাৰৰ ৰেপি বজোৱা বাদ্যযন্ত্ৰ। পৰম্পৰাগতভাৱে নেপালত সাৰংগী কেৱল গন্ধৰ্ব বা গাইনে (দুয়োটা শব্দই প্ৰতিদ্বন্দ্বিতামূলক আৰু বিনিময়যোগ্য) জাতিৰ লোকেহে বজায়৷ সাধাৰণতে গন্ধৰ্ব সকলে এই সাৰংগী বজায় আখ্যানমূলক কাহিনী আৰু লোক-গীত গায় যদিও…

হালনাগাদ: ২৮ ফেব্ৰুৱাৰী ২০২৫ ১০১ শব্দ · ১ মিনিট সংগৃহীত ৬৭
সংশোধনৰ পৰামৰ্শ

নেপালী সাৰংগী (নেপালী: नेपाली सारंगी) নেপালী এবিধ লোকবাদ্য। ই এক প্ৰকাৰৰ ৰেপি বজোৱা বাদ্যযন্ত্ৰ। পৰম্পৰাগতভাৱে নেপালত সাৰংগী কেৱল গন্ধৰ্ব বা গাইনে (দুয়োটা শব্দই প্ৰতিদ্বন্দ্বিতামূলক আৰু বিনিময়যোগ্য) জাতিৰ লোকেহে বজায়৷ সাধাৰণতে গন্ধৰ্ব সকলে এই সাৰংগী বজায় আখ্যানমূলক কাহিনী আৰু লোক-গীত গায় যদিও বৰ্তমানৰ দিনত ইয়াৰ জনপ্ৰিয়তা গন্ধৰ্ব সম্প্ৰদায়ৰ বাহিৰলৈও বিস্তৃত ৬ৈ পৰিছে আৰু এই বাদ্যযন্ত্ৰ বৰ্তমাৱ আন জাতিৰ সদস্যসকলেও বহুলভাৱে ব্যৱহাৰ আৰু বজাবলৈ লৈছে। ইয়াৰ উপৰিও এই বাদ্যযন্ত্ৰ বৰ্তমান অন্যান্য সংগীত ধাৰা যেনে নেপালী ৰক আৰু চলচ্চিত্ৰ সংগীতত ব্যৱহাৰ কৰাৰ প্ৰতিও আগ্ৰহ লাভ কৰা দেখা গৈছে।১২ সাৰংগী সৰ্বোৎকৃষ্ট গন্ধাৰ্ব বাদ্যযন্ত্ৰ হৈ পৰিছে যদিও ইয়াৰ সমকক্ষ আৰবাজো৩৪ নামৰ বাদ্যযন্ত্ৰবিধৰ ব্যৱহাৰ বৰ্তমান কমি আহিছে।

তথ্যসূত্ৰ

  1. ↑ Burbank, Jon; Elias, Josie. (2014). Nepal. Cavendish Square. পৃ. 93–94. ISBN 978-0-7614-8013-6
  2. ↑ Hutt, Michael; Onta, Pratyoush. (2017). Political Change And Public Culture In Post-1990 Nepal. Cambridge University Press. পৃ. 158. ISBN 9781316996287
  3. ↑ James McConnachie; Rough Guides (Firm). (2000). World music: the rough guide. Rough Guides. পৃ. 198–. ISBN 978-1-85828-636-5
  4. ↑ Alison Arnold. (2000). South Asia: the Indian subcontinent. Taylor & Francis. পৃ. 698–. ISBN 978-0-8240-4946-1. ... one of the most important of these rites is puja 'worship' performed to music of the sararigi and the arbajo, believed to be its predecessor.

সম্পৰ্কিত শ্ৰেণী

বাদ্যযন্ত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সাৰংগী (নেপালী)” প্ৰবন্ধৰ সংশোধন ৪৮৪০৬১ (২৮ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।