অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

সন্ধ্যা পুৰেছা

সন্ধ্যা পুৰেছা ( Sandhya Purecha; জন্ম: ২৯ ডিচেম্বৰ ১৯৬৫) ভাৰতীয় শাস্ত্ৰীয় নৃত্য ভাৰতনাট্যমৰ এগৰাকী জ্যেষ্ঠ প্ৰতিপাদক, লেখক আৰু প্ৰসিদ্ধ অনুশীলনকাৰী। তেওঁ অভিনয় দৰ্পনত নন্দীকেশ্বৰেৰ দ্বাৰা পৰিভাষিত আৰু তেওঁৰ গুৰু পাৰ্বতী কুমাৰৰ দ্বাৰা কৰিঅ’গ্ৰাফী কৰা সমগ্ৰ অভিনয় দৰ্পন নৃত্য গ্ৰন্থখনক ভাৰতনাট্যম…

হালনাগাদ: ৮ মাৰ্চ ২০২৫ ১৩৩ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

সন্ধ্যা পুৰেছা ( Sandhya Purecha; জন্ম: ২৯ ডিচেম্বৰ ১৯৬৫) ভাৰতীয় শাস্ত্ৰীয় নৃত্য ভাৰতনাট্যমৰ এগৰাকী জ্যেষ্ঠ প্ৰতিপাদক, লেখক আৰু প্ৰসিদ্ধ অনুশীলনকাৰী।১ তেওঁ অভিনয় দৰ্পনত নন্দীকেশ্বৰেৰ দ্বাৰা পৰিভাষিত আৰু তেওঁৰ গুৰু পাৰ্বতী কুমাৰৰ দ্বাৰা কৰিঅ’গ্ৰাফী কৰা সমগ্ৰ অভিনয় দৰ্পন নৃত্য গ্ৰন্থখনক ভাৰতনাট্যম শৈলীত প্ৰদৰ্শন কৰিবলৈ মঞ্চলৈ অনা প্ৰথমগৰাকী ব্যক্তি।২ পুৰেচাই কলাসা কৰণৰ ওপৰত গৱেষণা কৰিছে আৰু ২০১০ চনত গ্ৰন্থাকাৰে প্ৰকাশ কৰিছে।৩

পৰিবেশন কলাৰ সামগ্ৰিক অৱদানৰ বাবে ২০১৭ চনৰ বাবে তেওঁ সংগীত নাটক অকাডেমী বঁটা প্ৰদান কৰা হয়।৪ তেওঁ সংগীত নাটক একাডেমীৰ৫ আৰু জি-২০ ইণ্ডিয়া ২০২৩ৰ এংগেজমেণ্ট গ্ৰুপৰ অধ্যক্ষ।৬ তেওঁ ইন্দিৰা গান্ধী নেচনেল চেণ্টাৰ ফৰ দ্য আৰ্টছৰ বোৰ্ড অৱ ট্ৰাষ্টীৰো সদস্য।৭ ১৯৯৪ চনৰ পৰা তেওঁ নাট্যশালাত “ৰস” তত্ত্বৰ ওপৰত চৰকাৰী শিক্ষক প্ৰশিক্ষণ কাৰ্যসূচীক প্ৰতিনিধিত্ব কৰে।৮ ২০২৩ চনৰ ভাৰতীয় পদ্ম বঁটা প্ৰদান সমিতিৰ সদস্য আছিল।

সন্মান

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ amrita. (2022-12-10). Sandhya, the chair of W20, meets Amma, the chair of C20. Amma, Mata Amritanandamayi Devi
  2. ↑ SANDHYA PURECHA. www.associationsargam.com
  3. ↑ Bhattacharya, Piyal. (17 December 2021). An Analogy Of Bharata’s System Of Śārirabhinaya: Exploring The Metaphysics Of Inner And Outer Space And Time
  4. ↑ Untitled Page. pib.gov.in
  5. ↑ (14 October 2022). Dr. Sandhya Purecha Chairperson of Sangeet Natak Akademi called on Dr. Vinay SahasrabuddheP resident ICCR today at ICqrs in New DelhiC
  6. ↑ india-moving-towards-women-led-development. Times of India
  7. ↑ Board of trustees. Ignca.gov.in
  8. ↑ (19 November 2017). Most celebrated danseuse and a loyal patron of the arts - Dr Sandhya Purecha

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় নৃত্যশিল্পীসংগীত নাটক একাডেমী বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সন্ধ্যা পুৰেছা” প্ৰবন্ধৰ সংশোধন ৪৮৯১০৭ (৮ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।