অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

সড়ক ২

সড়ক ২ (सड़क २, ) এখন হিন্দী ভাষাৰ চলচ্চিত্ৰ, যিখনক পৰিচালনা কৰিছে মহেশ ভট্ট আৰু প্ৰযোজনা কৰিছে মুকেশ ভট্ট। চলচ্চিত্ৰখন ভিশেশ ফিল্মচ্‌ৰ বেনাৰত নিৰ্মিত। চলচ্চিত্ৰখন ১৯৯১ চনৰ চলচ্চিত্ৰ 'সড়ক'ৰ পৰিশিষ্ট। চলচ্চিত্ৰখনৰ মুখ্য ভূমিকাত অভিনয় কৰিছে সঞ্জয় দত্ত, পূজা ভট্ট, আদিত্য ৰয় কাপুৰ আৰু আলিয়া ভট্ট।

হালনাগাদ: ২১ জানুৱাৰী ২০২৪ ১৮৩ শব্দ · ১ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

সড়ক ২ (सड़क २, ) এখন হিন্দী ভাষাৰ চলচ্চিত্ৰ, যিখনক পৰিচালনা কৰিছে মহেশ ভট্ট আৰু প্ৰযোজনা কৰিছে মুকেশ ভট্ট। চলচ্চিত্ৰখন ভিশেশ ফিল্মচ্‌ৰ বেনাৰত নিৰ্মিত। চলচ্চিত্ৰখন ১৯৯১ চনৰ চলচ্চিত্ৰ 'সড়ক'ৰ পৰিশিষ্ট। চলচ্চিত্ৰখনৰ মুখ্য ভূমিকাত অভিনয় কৰিছে সঞ্জয় দত্ত, পূজা ভট্ট, আদিত্য ৰয় কাপুৰ আৰু আলিয়া ভাট।১২ চলচ্চিত্ৰখনৰ মুখ্য চিত্ৰগ্ৰহণ ২০১৯ৰ এপ্ৰিলত আৰম্ভ হয় আৰু শ্বুটিং কৰা হয় ক্ৰমে উটি, মুম্বাই, মাইচূৰ আৰু উত্তৰাকাণ্ডত। চলচ্চিত্ৰখন ২০২০ চনৰ ২৮ আগষ্টত মুক্তি পাইছে।৩

২০২০ চনৰ ১২ আগষ্টত চলচ্চিত্ৰখনৰ ট্ৰেইলাৰ ইউটিউব চেনেল ফ’ক্সষ্টাৰ হিন্দীত প্ৰকাশিত হৈছিল আৰু মুক্তিৰ কিছু ঘণ্টাৰ পিছতে all time beating Jake Paul's It's Everyday Broৰ seventh-most disliked YouTube video লৈ পৰিগণিত হয়।

অভিনয়ত

অভিনয়তচৰিত্ৰতথ্য প্ৰসংগ
সঞ্জয় দত্তৰবি বৰ্মা১
পূজা ভট্টপূজা বৰ্মা১
আলিয়া ভাটআৰায়া১
আদিত্য ৰয় কাপুৰবিশাল১
গুলচন গ্ৰোভাৰ
মকৰন্দ দেশপাণ্ডে(গড্‌ মেন) a god man৪
যিশু সেনগুপ্ত
প্ৰিয়ঙ্কা বসু
মোহন কাপুৰ
অক্ষয় আনন্দ
আব্দুল কদেৰ আমিন৫

মুক্তি

এই চলচ্চিত্ৰখন প্ৰথমে ২০২০ চনৰ ২৫ মাৰ্চত মুক্তিপাবলগীয়া আছিল, যদিও ২০২০ চনৰ ১০ জুলাইলৈকে আগবঢ়াই দিয়া হয়।৬ শ্বুটিঙৰ সময়সূচী পুনৰ বঢ়াই দিয়া হয় কাৰণ COVID-19 মহামাৰী ল’কডাউনৰ বাবে শ্বুটিং কাৰ্য দেৰি হয়।৭

২০২০ চনৰ ২৯ জুনত ডিজনী+ হ’ট‌ষ্টাৰত আয়োজিত এখন আলোচনাত আলিয়া ভট্টই জনাইছিল যে, ২০২০ চনৰ ২৮ আগষ্টত ডিজনে+ হট্‌ষ্টাৰত বিশেষ ৰূপত চলচ্চিত্ৰখন মুক্তি দিয়া হ’ব।৩

সংগীত

চলচ্চিত্ৰখনৰ সংগীত পৰিচালনা কৰিছে জিৎ গাংগুলী, অঙ্কিত তিৱাৰী, সমীদ মুখপাধ্যায়, উৰ্বি আৰু সুনীলজিৎয়ে। সংগীত ৰচনা ৰশ্মি বিৰাগ, বিজয় বিজৱাত, শব্বীৰ আহমেদ, সুনীলজিৎ আৰু শালু বৈশৰ।

তথ্যসূত্ৰ

  1. ↑ (8 April 2019). CONFIRMED! Alia Bhatt starrer Sadak 2 to go on floor in May 2019. বলিউড হাংগামা
  2. ↑ (8 April 2019). Alia Bhatt to start shooting for 'Sadak 2' from May 2019. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  3. ↑ (2020-06-29). Disney Plus Hotstar Makes Strategic Choice to Bypass India’s Theaters, Give More Movies Streaming Premieres. Variety
  4. ↑ (15 May 2019). Sadak 2: Makarand Deshpande to play a CORRUPT God Man in the Alia Bhatt starrer (details of his role revealed). বলিউড হাংগামা
  5. ↑ World, Republic. 'Sadak 2' cast looks like a right blend of skill and beauty; Check out the list here. Republic World
  6. ↑ (2019-05-20). Alia Bhatt's Sadak 2 to release on July 10, 2020. Bollywood Hungama
  7. ↑ (20 June 2020). ‘We are planning to resume the shoot of Sadak 2 by first week of July. We will have to build a small set for the song’: Mukesh Bhatt. Hindustan Times

সম্পৰ্কিত শ্ৰেণী

হিন্দী চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সড়ক ২” প্ৰবন্ধৰ সংশোধন ৪০৩১৮০ (২১ জানুৱাৰী ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।