অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

সংযুক্ত জনজাতি জাতীয় মুক্তি বাহিনী

সংযুক্ত জনজাতি জাতীয় মুক্তি(ইংৰাজী: United Tribal Nationalist Liberation Front) ভাৰতৰ অসম ৰাজ্যৰ এটা আঞ্চলিক ৰাজনৈতিক দল। সংযুক্ত জনজাতি জাতীয় মুক্তি(চমুকৈ UTNLF) অসম ভৈয়াম জনজাতি পৰিষদৰ পৰা বিভাজিত গোট অসম ভৈয়াম জনজাতি পৰিষদ(প্ৰগতিশীল)ৰ উদ্যোগত ১৯৮৪ চনত গঠিত হৈছিল।

হালনাগাদ: ৭ জুলাই ২০২৩ ৭৫ শব্দ · ১ মিনিট সংগৃহীত ৫৯
সংশোধনৰ পৰামৰ্শ

সংযুক্ত জনজাতি জাতীয় মুক্তি(ইংৰাজী ভাষা: United Tribal Nationalist Liberation Front) ভাৰতৰ অসম ৰাজ্যৰ এটা আঞ্চলিক ৰাজনৈতিক দল। সংযুক্ত জনজাতি জাতীয় মুক্তি(চমুকৈ UTNLF) অসম ভৈয়াম জনজাতি পৰিষদৰ পৰা বিভাজিত গোট অসম ভৈয়াম জনজাতি পৰিষদ(প্ৰগতিশীল)ৰ উদ্যোগত ১৯৮৪ চনত গঠিত হৈছিল। সংযুক্ত জনজাতি জাতীয় মুক্তি বাহিনীয়ে অসমৰ বড়ো জনজাতি অধ্যুষিত অঞ্চলসমূহক সামৰি এখন সুকীয়া বড়ো ৰাজ্য গঠনৰ দাবী তুলিছিল।

১৯৯০ চনত সংযুক্ত জনজাতি জাতীয় মুক্তি বাহিনীয়ে বড়ো অঞ্চলত অসমীয়া জনসাধাৰণ আৰু ভাৰতীয় সামৰিক বাহিনীৰ বিৰুদ্ধে হিংসাত্মক আন্দোলন গঢ়ি তুলিছিল।

সম্পৰ্কিত শ্ৰেণী

অসমৰ ৰাজনৈতিক দল

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সংযুক্ত জনজাতি জাতীয় মুক্তি বাহিনী” প্ৰবন্ধৰ সংশোধন ৩৭১১৬৫ (৭ জুলাই ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।