শ্ৰী ৰামচন্দ্ৰ কৃপালু বা "শ্ৰীৰাম স্তুতি" হʼল গোস্বামী তুলসীদাসৰ দ্বাৰা ৰচিত বিনয় পত্ৰিকাৰ অন্তৰ্গত এটি স্তুতি।১ এই স্তুতিগীতটি ষোড়শ শতিকাত সংস্কৃত আৰু অৱধী ভাষাৰ মিশ্ৰণত ৰচিত হৈছিল।২ উক্ত প্ৰাৰ্থনাটিত শ্ৰী ৰাম আৰু তেওঁৰ গুণাৱলী সৰ্বোত্তমভাৱে মহিমান্বিত হৈছে।৩
মূল সংস্কৰণ:
অৱধী আৰু সংস্কৃত
॥ श्रीरामचन्द्र कृपालु॥
श्री रामचन्द्र कृपालु भजुमन हरण भवभय दारुणं। नव कञ्ज लोचन कञ्ज मुख कर कञ्ज पद कञ्जारुणं॥१॥
कन्दर्प अगणित अमित छवि नव नील नीरद सुन्दरं। पटपीत मानहुँ तडित रुचि शुचि नौमि जनक सुतावरं॥२॥
भजु दीनबन्धु दिनेश दानव दैत्य वंश निकन्दनं। रघुनन्द आनन्द कन्द कोसल चंद्र दशरथ नन्दनं॥३॥
सिर मुकुट कुंडल तिलक चारु उदार अङ्ग विभूषणं। आजानु भुज शर चाप धर संग्राम जित खरदूषणं॥४॥
इति वदति तुलसीदास शंकर शेष मुनि मन रंजनं। मम हृदय कंज निवास कुरु कामादि खलदल गंजनं॥५॥
मनु जाहि राचेयु मिलहि सो वरु सहज सुन्दर सांवरो। करुणा निधान सुजान शीलु स्नेह जानत रावरो॥६॥
एहि भांति गौरी असीस सुन सिय सहित हिय हरषित अली। तुलसी भवानिहि पूजी पुनि-पुनि मुदित मन मन्दिर चली॥७॥
॥सोरठा॥ जानी गौरी अनुकूल सिय हिय हरषु न जाइ कहि। मंजुल मंगल मूल वाम अङ्ग फरकन लगे।
||चौपाई|| मो सम दीन न दीन-हित, तुम समान रघुवीर। अस विचार रघुवंश मणि, हरहु विषम भव वीर॥
कामिही नारि पियारी जिमि, लोभिहि प्रिय जिमि दाम। तिमि रघुनाथ निरंतरय, प्रिय लागेहू मोहि राम॥
अर्थ न धर्म न काम रुचि, गति न चाहु निर्वाण। जन्म जन्म रचि राम पद, यह वरदान न आन॥
विनती कर मोहि मुनि नार सिर, कहीं-करी जोर बहोर। चरण सरोरहु नाथ जिमी, कबहु बजई भाति मोर॥
श्रवण सुजस सुनि आयहु, प्रभु भंजन भव वीर। त्राहि-त्राहि आरत हरण शरण सुखद रघुवीर॥
जिन पायन के पादुका, भरत रहे मन लाई। तेहीं पद आग विलोकि हऊ, इन नैनन अब जाहि॥
काह कही छवि आपकी, मेल विरजेऊ नाथ। तुलसी मस्तक तव नवे, धनुष बाण ल्यो हाथ॥
कृत मुरली कृत चंद्रिका, कृत गोपियन के संग। अपने जन के कारण, कृष्ण भय रघुनाथ॥
लाल देह लाली लसे, अरू धरि लाल लंगूर। बज्र देह दानव दलन, जय जय कपि सूर॥
जय जय राजा राम की, जय लक्ष्मण बलवान।
जय कपीस सुग्रीव की, जय अंगद हनुमान॥ जय जय कागभुसुंडि की, जय गिरी उमा महेश। जय ऋषि भारद्वाज की, जय तुलसी अवधेश॥
बेनी सी पावन परम, देमी सी फल चारु। स्वर्ग रसेनी हरि कथा, पाप निवारण हार॥
राम नगरिया राम की, बसे गंग के तीर। अटल राज महाराज की, चौकी हनुमान वीर॥
राम नाम के लेत ही, सकल पाप कट जाए। जैसे रवि के उदय से, अंधकार मिट जाए॥
श्री गुरु चरण सरोज रज, निज मनु मुकुरु सुधारि। बरनउँ रघुबर बिमल जसु, जो दायकु फल चारि॥
बुद्धिहीन तनु जानिके, सुमिरौं पवन कुमार। बल बुद्धि विद्या देहु मोहि, हरहु कलेश विकार॥
जय गणेश गिरिजा सुवन, मंगल मूल सुजान। कहत अयोध्या दास तवे देहु अभेय वरदान॥
नहीं विद्या नहीं बाहुबल, नहीं कंचन कों धाम। मो सों पतित अपंग की, तुम पति राखहुँ राम॥
एक धरी आधी धरी, और आधि की आधि। तुलसी संगत साधु की, हारई कोटि अपराध॥
सियावर रामचन्द्र जी की जय। ॥
অসমীয়া লিপ্যন্তৰ
॥ শ্ৰীৰামচন্দ্ৰ কৃপালু॥
শ্ৰীৰামচন্দ্ৰ কৃপালু ভজমন হৰণভৱভয়দাৰুণং। নৱকঞ্জলোচন কঞ্জমুখ কৰকঞ্জ পদকঞ্জাৰুণম্॥। ১॥
কন্দৰ্প অগণিত অমিত ছবি নবনীলনীৰদসুন্দৰং। পটপিতমানহু তড়িত ৰুচিশুচি নৌমিজনকসূতাৱৰম্॥। ২॥
ভজদীনবন্ধু দীনেশ দানৱদৈত্যবংশনিকন্দনং। ৰঘুনন্দ আনন্দকন্দ কোশলচন্দ্ৰ দশৰথনন্দনম্॥। ৩॥
শ্ৰীমুকুটকুণ্ডল তিলকচাৰু উদাৰৰ অঙ্গ বিভূষণং। আজানুভুজ শৰচাপধৰ সংগ্ৰামজিতখৰদুষণম্॥। ৪॥
ইতি ৱদতি তুলসীদাস শঙ্কৰশেষমুনিমনৰঞ্জনং। মমঃৰু দয়াকঞ্জনিবাসকুৰু কামাদিখলদলগঞ্জনম্॥। ৫॥ মনু জাহি ৰাচেযু মিলহি সো বৰু সহজ সুন্দৰ সাবৰো। কৰুণা নিধান সুজান শীলু স্নেহ জানত ৰাবৰো ॥ 6 ॥ এহি ভাংতি গৌরী অসীস সুন সিয সহিত হিয হরষিত অলী। তুলসী ভবানিহি পূজী পুনি-পুনি মুদিত মন মংদির চলী ॥ 7 ॥ সোরঠা জানী গৌরী অনুকূল সিয হিয হরষু ন জাই কহি। মংজুল মংগল মূল বাম অংগ ফরকন লগে ॥ 8 ॥
অসমীয়া অনুবাদ
হে মন, কৃপালু শ্ৰীৰামচন্দ্ৰজীৰ ভজন কৰ। তেওঁ সংসাৰৰ জন্ম-মৃত্যু ৰূপী দাৰুণ ভয় হৰণকাৰী। তেওঁৰ নেত্ৰ নৱ-বিকশিত পদ্মৰ অনুৰূপ। তেওঁৰ মুখ-হস্ত আৰু চৰণো ৰক্ত পদ্মসদৃশ॥১॥
অগণিত কামদেৱো তেওঁৰ সৌন্দৰ্যছটাৰ সমান নহয়। তেওঁৰ শৰীৰ নবীন নীল-সজল নীৰদ (ডাৱৰ)ৰ দৰে সুন্দৰবৰ্ণ। তেওঁৰ পীতাম্বৰ মেঘৰূপী শৰীৰ যেন বিদ্যুতৰ দৰেই জিলিকি আছে। এনেহেন পাৱনৰূপী জানকীপতি শ্ৰীৰামজীকে আমি প্ৰণাম কৰোঁ॥২॥
হে মন! দীন-বন্ধু, সূৰ্যৰ সমান তেজস্বী, দানৱ আৰু দৈত্য বংশৰ সমূল বিনাশকাৰী, আনন্দকন্দ কোশল-দেশৰূপী আকাশত নিৰ্মল চন্দ্ৰসম দশৰথনন্দন শ্ৰীৰামৰ ভজন কৰ॥৩॥
যাৰ মস্তকত ৰত্নজড়িত মুকুট, কৰ্ণত কুণ্ডল, ললাটত তিলক, আৰু প্ৰতিটো অঙ্গতে আভূষণ সুশোভিত হৈ আছে। যাৰ বাহু জানু লৈকে প্ৰসাৰিত (আজানুভুজ)। যিয়ে ধনু-কাঁড় ধাৰণ কৰি আছে আৰু সংগ্ৰামত খৰ-দূষণকো পৰাস্ত কৰিছিল॥৪॥
যিয়ে শিৱ, শেষ আৰু মুনিসকলৰ মন প্ৰসন্নকাৰী আৰু কাম, ক্ৰোধ, লোভাদি শত্ৰুসকলৰ বিনাশকাৰী, তুলসীদাসে প্ৰাৰ্থনা কৰে যে 'সেই শ্ৰীৰঘুনাথজীয়ে মোৰ হৃদয় কমলত সদায় নিবাস কৰক। '॥৫॥
যʼত তোমাৰ মন অনুৰক্ত হৈ গʼল, তাতেই স্বভাৱ সুন্দৰ শ্যামলবৰ (শ্ৰীৰামচন্দ্ৰ) তোমাৰ লভ্য হʼব। তেওঁ দয়াৰ খনি আৰু সুজান (সৰ্বজ্ঞ), তোমাৰ শীল আৰু স্নেহ সম্পৰ্কে তেওঁ জ্ঞাত॥৬॥ এনেদৰে শ্ৰী গৌৰীজীৰ আশীৰ্বাদ শুনি জানকীজীকে ধৰি সকলো বন্ধুৱে তেওঁলোকৰ আন্তৰিকভাৱে হৰ্ষিত হৈছিল। তুলসীদাসজীয়ে কয়, "ভৱানীক বাৰে বাৰে পূজা কৰাৰ পিছত, সীতাজীয়ে প্ৰসন্ন মনেৰে প্ৰাসাদলৈ উভতি আহিছিল॥৭॥ ॥সোৰঠা॥ গৌৰিজীৰ আশ্বাসবাণী শুনাৰ পিছত সীতাদেৱীৰ হৃদয়ত যি আনন্দ হৈছিল সেয়া ভাষাৰে বৰ্ণনা কৰিব পৰা নাযায়। সুন্দৰ মঙ্গল হেতু তেওঁৰ বাওঁ অঙ্গ কঁপিবলৈ ধৰিছিল।
জনপ্ৰিয় সংস্কৃতিত
এই ভজন/গীতটো লতা মংগেশকাৰ৪, অনুপ জালোটা৫ আৰু জগজিৎ সিং জীওৰ দৰে বহু ভাৰতীয় কণ্ঠশিল্পীয়ে গাইছে।
লগতে চাওক
- হনুমান চালিছা
- ঠুমক চলত ৰাম চন্দ্ৰ
- ৰামচৰিতমানস
- তুলসীদাস
- বৈষ্ণৱ জন তো
- হৰি তুমা হৰো
তথ্য সংগ্ৰহ
- www.youtube.com/watch?v=MyNSOu-Fl-k Sooryagayathri
- gaana.com/song/shree-ram-chandra-kripalu-bhajman Anup Jalota-Ganna
- chalisasangrah.in/Stuti/Ram-Stuti Ram Stuti Lyrics
তথ্যসূত্ৰ
- ↑ Shri Ramachandra Kripalu, a Bhajan by poet-saint Tulsidas. Siddha Yoga
- ↑ Sri Ramchandra Kripalu Lyrics and Meaning Shree Ram Chandra Kripalu. VedicFeed
- ↑ श्री राम स्तुति: श्री रामचन्द्र कृपालु भजुमन - Shri Ram Stuti. BhaktiBharat.com
- ↑ Shri Ram Chandra Kripalu - Lata Mangeshkar
- ↑ Shri Ram Chandra Kripalu - Anup Jalota
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শ্ৰী ৰামচন্দ্ৰ কৃপালু” প্ৰবন্ধৰ সংশোধন ৫৭৩৬৩৯ (৩ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।