অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

শ্বেৰবাহাদুৰ দেউবা

১৯৪৬ চনৰ ১৩ জুনত জন্মগ্ৰহণ কৰা শ্বেৰ বাহাদুৰ দেউবা এজন নেপালী ৰাজনীতিবিদ আৰু নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী। ২০১৬ চনৰ পৰা নেপালী কংগ্ৰেছৰ সভাপতি হিচাপেও কাৰ্যনিৰ্বাহ কৰি আহিছে।

হালনাগাদ: ৫ ডিচেম্বৰ ২০২৫ ১১৯ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

১৯৪৬ চনৰ ১৩ জুনত জন্মগ্ৰহণ কৰা শ্বেৰ বাহাদুৰ দেউবা এজন নেপালী ৰাজনীতিবিদ আৰু নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী। ১ ২০১৬ চনৰ পৰা নেপালী কংগ্ৰেছৰ সভাপতি হিচাপেও কাৰ্যনিৰ্বাহ কৰি আহিছে। দেউবাই পাঁচটা কাৰ্যকাল প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি (১৯৯৫–১৯৯৭, ২০০১–২০০২, ২০০৪–২০০৫, ২০১৭–২০১৮ আৰু ২০২১–২০২২) আৰু দডেলধুৰা ১ সংসদীয় সমষ্টিৰ সংসদ সদস্য।

ব্যক্তিগত জীৱন

শ্বেৰ বাহাদুৰ দেউবাৰ পৰিয়ালটো দাডেলধুৰা জিলাৰ পশ্য গড়খা অঞ্চলৰ এটা সমৃদ্ধিশালী পৰিয়াল হিচাপে দাডেলধুৰা অঞ্চলৰ ঠাকুৰি (ৰাজপুত/ক্ষত্ৰীয়) দেউবা পৰিয়াল বুলি জনা যায়। আছিগ্ৰাম প্ৰাথমিক বিদ্যালয়ৰ পৰা প্ৰাথমিক শিক্ষা আৰু মহেন্দ্ৰ উচ্চ শাখাৰ পৰা মাধ্যমিক শিক্ষা গ্ৰহণ কৰে। বিদ্যালয় আৰু ডোটিৰ সীতাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়। আৰ্জু ৰানা দেউবাৰ সৈতে বিবাহপাশত আবদ্ধ হৈ থকা দেউবাৰ এটি পুত্ৰ জয়ীভৰ সিং। ২ ২০১৬ চনৰ নৱেম্বৰ মাহত ভাৰতৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ পৰা দেউবাক সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰা হয়। ৩

দেউবাই ভাৰতীয় সমকক্ষ নৰেন্দ্ৰ মোদীৰ সৈতে ২০১৭ চনত
দেউবাই ভাৰতীয় সমকক্ষ নৰেন্দ্ৰ মোদীৰ সৈতে ২০১৭ চনতছবি: Prime Minister's Office · GODL-India

তথ্যসূত্ৰ

  1. ↑ Sher Bahadur Deuba in English Wikipedia
  2. ↑ Six open secrets of nepals new pm sher bahadur deuba
  3. ↑ deuba conferred jnsu honorary doctorate degree

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শ্বেৰবাহাদুৰ দেউবা” প্ৰবন্ধৰ সংশোধন ৫৬১৪৬২ (৫ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।