অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

শেষ আলিংগন

শেষ আলিংগন হ'ল ২০১৩ চনৰ এপ্ৰিল মাহত সাভাৰ উপাজিলাত আঠ মহলীয়া ৰানা প্লাজা ভৱনৰ ধ্বংসাৱশেষৰ মাজত দুজন লোকে আলিংগনৰত অৱস্থাত মৃত্যুমুখত পৰাৰ আলোকচিত্ৰ। এই আলোকচিত্ৰখন তুলিছিল ফ্ৰীলান্স ফটোগ্ৰাফাৰ তাছলিমা আখতাৰে।

হালনাগাদ: ২৬ জুলাই ২০২৫ ৯৩ শব্দ · ১ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ

শেষ আলিংগন হ'ল ২০১৩ চনৰ এপ্ৰিল মাহত সাভাৰ উপাজিলাত আঠ মহলীয়া ৰানা প্লাজা ভৱনৰ ধ্বংসাৱশেষৰ মাজত দুজন লোকে আলিংগনৰত অৱস্থাত মৃত্যুমুখত পৰাৰ আলোকচিত্ৰ।১ এই আলোকচিত্ৰখন তুলিছিল ফ্ৰীলান্স ফটোগ্ৰাফাৰ তাছলিমা আখতাৰে। এই আলোকচিত্ৰখনৰ বাবে আখতাৰে ৱৰ্ল্ড প্ৰেছ আলোকচিত্ৰৰ তৃতীয় পুৰস্কাৰ ‘স্পট নিউজ কেটেগৰী’ (একক) বঁটা লাভ কৰে। ইয়াক টাইম আলোচনীৰ "২০১৩ চনৰ শীৰ্ষ ১০খন আলোকচিত্ৰ"ত অন্তৰ্ভুক্ত কৰা হৈছিল।২ ৩ ৪ ৫

আখতাৰ মহিলা সংগঠন বিপ্লৱী নাৰী সংহতিৰ সদস্য আৰু বাওঁপন্থী কৰ্মী গোট গণ সংহতি‍ আন্দোলনৰ ৰাজনৈতিক পৰিষদৰ এজন সদস্য। ৬ ৭ ইয়াৰ উপৰিও তেওঁ বস্ত্ৰ শ্ৰমিক সংগঠন (গাৰ্মেণ্টকৰ্মী ইউনিয়ন)ৰ এজন সমন্বয়ক। একে সময়তে তেওঁ এখন স্কুলত পাঠদান কৰি আছে।৮

তথ্যসূত্ৰ

  1. ↑ The Huffington Post. (August 5, 2013). Heartbreaking Bangladesh Factory Photo Shows Couple In Final Embrace (PHOTO)
  2. ↑ Associated Press (AP). (14 February 2014). World Press Photo Award Winners List. abcnews
  3. ↑ বিডিনিউজ টোয়েণ্টিফোৰ ডটকম. (February 15, 2014). Rana Plaza images win World Press Photo. News Desk
  4. ↑ Daily Sun. (February 15, 2014). 2 Rana Plaza photos get World Press Photo award. Sun Desk
  5. ↑ দ্য ডেইলি ষ্টাৰ. (February 16, 2014). World Press Photo Awards announced, Rana Plaza photos bring two honours to Bangladesh. Staff Correspondent
  6. ↑ তাসলিমা আখতাৰ. ওয়াৰ্ল্ড প্ৰেস ফটো
  7. ↑ হোসেন, আনিকা. (23 August 2014). ফটোগ্ৰাফি মাধ্যমে অ্যাক্টিভিজম/সক্ৰিয়তাবাদ. dailystar.net
  8. ↑ প্ৰাশাদ, ভিজয়. (12 October 2015). Workers' yarns. হিমাল

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শেষ আলিংগন” প্ৰবন্ধৰ সংশোধন ৫২৭৬৪১ (২৬ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।