অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

শিৱপুৰী বাবা

শিৱপুৰী বাবা আছিল হিন্দু সাধু। তেওঁৰ জন্ম নাম জয়ন্তন নম্বুদিৰিপাদ আৰু স্বামী গোবিন্দনন্দ ভাৰতী নামেৰেও জনাজাত। ১৯৬৩ চনৰ ২৮ জানুৱাৰী (২০১৯, ১৫ মাঘ, সোমবাৰ, তৃতীয় তিথি)ত নেপালৰ পশুপতিনাথ মন্দিৰৰ সমীপৰ ধ্ৰুৱস্থলীত তেওঁৰ মৃত্যু হয়।

হালনাগাদ: ১৩ ডিচেম্বৰ ২০২৫ ৬৮ শব্দ · ১ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

শিৱপুৰী বাবা আছিল হিন্দু সাধু। তেওঁৰ জন্ম নাম জয়ন্তন নম্বুদিৰিপাদ আৰু স্বামী গোবিন্দনন্দ ভাৰতী নামেৰেও জনাজাত। ১৯৬৩ চনৰ ২৮ জানুৱাৰী (২০১৯, ১৫ মাঘ, সোমবাৰ, তৃতীয় তিথি)ত নেপালৰ পশুপতিনাথ মন্দিৰৰ সমীপৰ ধ্ৰুৱস্থলীত তেওঁৰ মৃত্যু হয়। তেওঁ ১৮২৬ চনত দক্ষিণ ভাৰতৰ এটা অঞ্চল কেৰালাত জন্মগ্ৰহণ কৰা বুলি দাবী কৰে।১২ শিৱপুৰী বাবা নেপাললৈ আহি জীৱনৰ পিছৰ পৰ্যায়টো নেপালৰ কাঠমাণ্ডুৰ শিৱপুৰীৰ অৰণ্যত ধ্যান কৰি কটায়, য'ৰ পৰাই তেওঁৰ নাম শিৱপুৰী বাবা হয়।১

তথ্যসূত্ৰ

  1. ↑ Singh, Rishi. (2009-02-28). One’s religion. The Himalayan Times
  2. ↑ Bennett, John G; Manandhar, Thakur Lal. (1965). Long pilgrimage: the life and teaching of Sri Govindananda Bharati, known as The Shivapuri Baba

সম্পৰ্কিত শ্ৰেণী

হিন্দু সন্তনেপালৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শিৱপুৰী বাবা” প্ৰবন্ধৰ সংশোধন ৫৬৩৫৪৪ (১৩ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।