শিবো মিশ্ৰ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ ২০১৬ আৰু ২০২১ চনত অসম বিধাসভা নিৰ্বাচনত ৯২ নং লামডিং বিধান সভা সমষ্টিৰ পৰা অসম বিধানসভালৈ নিৰ্বাচিত হৈছে।১২৩শিবো মিশ্ৰ অসমৰ লামডিং বিধানসভা সমষ্টিৰ এগৰাকী বিশিষ্ট সমাজকৰ্মী। তেওঁ বিজেপি ৰাজনৈতিক দল পৰা বিধায়ক নিৰ্বাচিত হৈছে।
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শিবো মিশ্ৰ” প্ৰবন্ধৰ সংশোধন ৫২৭৩৬০ (২৫ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।