অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

শাৰদা লিপি

অষ্টম শতিকাত আৱিষ্কাৰ কৰা শাৰদা লিপি (शारदा ) ব্ৰাহ্মী লিপি পৰিয়ালৰ অন্তৰ্গত আবুগিদা লিখন ব্যৱস্থা। এই লিপিৰ সহায়ত কাশ্মীৰ অঞ্চলত সংস্কৃত ভাষা আৰু কাশ্মীৰী ভাষা লিখা হৈছিল। গুৰমুখী লিপি শাৰদা লিপিৰ পৰা উদ্ভৱ হৈছে।

হালনাগাদ: ১২ ডিচেম্বৰ ২০২৪ ৭৩ শব্দ · ১ মিনিট সংগৃহীত ৮৮
সংশোধনৰ পৰামৰ্শ

অষ্টম শতিকাত আৱিষ্কাৰ কৰা শাৰদা লিপি (शारदा ) ব্ৰাহ্মী লিপি পৰিয়ালৰ অন্তৰ্গত আবুগিদা লিখন ব্যৱস্থা। এই লিপিৰ সহায়ত কাশ্মীৰ অঞ্চলত সংস্কৃত ভাষা আৰু কাশ্মীৰী ভাষা লিখা হৈছিল। গুৰমুখী লিপি শাৰদা লিপিৰ পৰা উদ্ভৱ হৈছে। পূৰ্বতে শাৰদা লিপিৰ বহুল ব্যৱহাৰ হৈছিল, কিন্তু এতিয়া এই লিপি কেৱল কাশ্মীৰী পণ্ডিতসকলৰ কিছুমান অনুষ্ঠানতহে ব্যৱহাৰ কৰা হয়।১২৩

বৰ্ণ

স্বৰবৰ্ণ

অSharada i.svgইSharada u.svgউSharada ri.svgঋSharada li.svgঌSharada e.svgউSharada o.svgও
Sharada aa.svgআSharada ii.svgঈঊৠঐঔ
অংঅঃ

ব্যঞ্জনবৰ্ণ

কখগঘঙ
চছজঝঞ
টঠডঢণ
তথদধন
পফবভম
যৰলৱ
শষসহ

ইউনিক'ড

২০১২ চনৰ জানুৱাৰী মাহত ইউনিক’ড ষ্টেণ্ডাৰ্ডত শাৰদা লিপি সংযোজন কৰা হয়। Sharda লিপিৰ ইউনিকোড সম্প্ৰসাৰণ হৈছে U+11180 ৰ পৰা U+111D লৈ। ৪

তথ্যসূত্ৰ

  1. ↑ Selin, Helaine. (2008). Encyclopaedia of the History of Science, Technology, and Medicine in Non-Western Cultures. Springer Science & Business Media. পৃ. Bakhshali Manuscript entry. ISBN 9781402045592
  2. ↑ Singh, Upinder. (2008). A History of Ancient and Early Medieval India: From the Stone Age to the 12th Century. Pearson Education India. পৃ. 43. ISBN 9788131711200
  3. ↑ Sir George Grierson. (1916). "On the Sharada Alphabet". Journal of the Royal Asiatic Society, 17
  4. ↑ Unicode character database. The Unicode Standard

সম্পৰ্কিত শ্ৰেণী

লিপি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শাৰদা লিপি” প্ৰবন্ধৰ সংশোধন ৪৫৪২৯৯ (১২ ডিচেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।