লৌহ কপাট (Louha Kapat) ১৯৫৮ চনৰ তপন সিনহা পৰিচালিত বঙালী ভাষাৰ এখন ভাৰতীয় নাট্যধৰ্মী ছবি। জৰাসন্ধৰ কাহিনীৰ আধাৰত নিৰ্মিত ছবিখনৰ চিত্ৰনাট্য তপন সিনহাই লিখিছে। প্ৰযোজনা প্ৰমোদ কুমাৰ লাহিড়ীৰ।১ অভিনয় কৰিছে ছবি বিশ্বাস, কমল মিত্ৰ, অমৰ মল্লিক, কালী বেনাৰ্জী আৰু মালা সিনহাই। ছবিখনৰ সংগীত ৰচনা পংকজ মল্লিকৰ।২ ১৯৫৮ চনৰ ৩ জানুৱাৰীত মুক্তি পোৱা লৌহ কপাটে ৫ম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত দ্বিতীয় শ্ৰেষ্ঠ বঙালী ভাষাৰ পূৰ্ণদৈৰ্ঘ্যৰ ছবিৰ চাৰ্টিফিকেট অফ মেৰিট লাভ কৰে।৩
অভিনয় শিল্পী
- ছবি বিশ্বাস
- কমল মিত্ৰ
- অমৰ মল্লিক
- কালী বেনাৰ্জী
- ভানু বেনাৰ্জী
- অনিল চেটাৰ্জী
- নিৰ্মল কুমাৰ
- মালা সিনহা
- অজয় কৰ
- ষ্টেলা ব্ৰাউন
- মাধৱী
- শ্ৰীমতী কৈলাস
- মঞ্জু দে
- নৃপতি চেটাৰ্জী
- জহৰ ৰায়
- ধীৰাজ দাস
- শলীল দত্ত
- অতনু ঘোষ
- দেৱী নিয়োগী
- শৈলেন মুখাৰ্জী
- ৰবিন বেনাৰ্জী
- সুৰেন সিং
বঁটা
পঞ্চম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা
- বঙালী ভাষাৰ শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ চাৰ্টিফিকেট অফ মেৰিট৩
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লৌহ কপাট” প্ৰবন্ধৰ সংশোধন ৫০৯৬৪৩ (১৭ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।