লেডী কিন কলেজ ভাৰতৰ মেঘালয় ৰাজ্যত শ্বিলং অৱস্থিত আটাইতকৈ পুৰণি মহিলা সাধাৰণ ডিগ্ৰী মহাবিদ্যালয়। ১৯৩৫ চনত মহাবিদ্যালয়খন স্থাপিত কৰা হৈছে। এই মহাবিদ্যালয়খন উত্তৰ-পূব ভাৰতৰ প্ৰথম মহিলা ডিগ্ৰী মহাবিদ্যালয়। এই মহাবিদ্যালয়খন নৰ্থ ইষ্টাৰ্ণ হিল ইউনিভাৰ্চিটিৰ সৈতে জড়িত।১
বিভাগসমূহ
বিজ্ঞান
- পদাৰ্থ বিজ্ঞান
- গণিত
- ৰসায়ন বিজ্ঞান
- উদ্ভিদ বিজ্ঞান
- প্ৰাণীবিজ্ঞান
- জৈৱ ৰসায়ন বিজ্ঞান
- কম্পিউটাৰ বিজ্ঞান
কলা
- ভাষা
- ইতিহাস
- শিক্ষা
- অৰ্থনীতি
- দৰ্শন
- সমাজবিজ্ঞান
- ৰাজনীতি বিজ্ঞান
তথ্যসূত্ৰ
- Lady Keane College (LKC) Shillong. ladykeanecollege.edu.in
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লেডী কিন কলেজ” প্ৰবন্ধৰ সংশোধন ৫৩৮৯৫৯ (১৬ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।