লীলাধৰ কটকী এগৰাকী ভাৰতীয় ৰাজনীতিক। তেওঁ অসমৰ নগাঁও লোকসভা সমষ্টিৰ পৰা ১৯৫৭, ১৯৬২, ১৯৬৭ আৰু ১৯৭১ চনত ভাৰতীয় সংসদৰ নিম্ন সদন লোকসভালৈ সাংসদ হিচাপে নিৰ্বাচিত হৈছিল। কটকী এগৰাকী ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ সদস্য। ১২
তথ্যসূত্ৰ
- ↑ Lok Sabha Members Bioprofile Liladhar Kotoki. Parliament of India
- ↑ Members-Assam. Parliament of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লীলাধৰ কটকী” প্ৰবন্ধৰ সংশোধন ৪৩০৫৭৪ (২ ছেপ্তেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।