অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিজ্ঞান

লিগ'

লেজাৰ ইন্টাৰফেৰ'মিটাৰ গ্ৰেভিটেশ্ব'নেল-ৱেইভ্ অবজাৰভেট'ৰি বা লিগ (ইংৰাজী: Laser Interferometer Gravitational-wave Observatory বা, চমুকৈ LIGO) হ'ল দুটা নিউট্ৰন তৰা বা কৃষ্ণগহ্বৰৰ মাজত হোৱা সংঘৰ্ষৰ ফলত নিৰ্গত হোৱা মহাকৰ্ষণিক তৰংগ চিনাক্ত কৰিবলৈ নিৰ্মাণ কৰা এটা মানমন্দিৰ।

হালনাগাদ: ১৫ জুলাই ২০১৯ ৭৫ শব্দ · ১ মিনিট সংগৃহীত ৬৬
সংশোধনৰ পৰামৰ্শ

লেজাৰ ইন্টাৰফেৰ'মিটাৰ গ্ৰেভিটেশ্ব'নেল-ৱেইভ্ অবজাৰভেট'ৰি বা লিগ (ইংৰাজী ভাষা: Laser Interferometer Gravitational-wave Observatory বা, চমুকৈ LIGO) হ'ল দুটা নিউট্ৰন তৰা বা কৃষ্ণগহ্বৰৰ মাজত হোৱা সংঘৰ্ষৰ ফলত নিৰ্গত হোৱা মহাকৰ্ষণিক তৰংগ চিনাক্ত কৰিবলৈ নিৰ্মাণ কৰা এটা মানমন্দিৰ। ই পদাৰ্থ বিজ্ঞানৰ এটা বৃহৎ পৰিসৰৰ পৰীক্ষা। লেজাৰ ইন্টাৰফেৰ'মেট্ৰীৰ সহায়ত মহাকৰ্ষণিক তৰংগ চিনাক্ত কৰাৰ উদ্দেশ্যে আমেৰিকা যুক্তৰাষ্ট্ৰত দুটাকৈ বৃহৎ নিৰীক্ষণক্ষেত্ৰ নিৰ্মাণ কৰা হৈছে। তাৰে এটা লিভিংষ্টন আৰু আনটো হানফ'ৰ্ডত অৱস্থিত। উল্লেখযোগ্য যে মহাকৰ্ষণিক তৰংগৰ ধাৰণা ১৯১৬ চনতেই এলবাৰ্ট আইনষ্টানে ভৱিষ্যতবাণী কৰিছিল।

সম্পৰ্কিত শ্ৰেণী

পদাৰ্থ বিজ্ঞান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লিগ'” প্ৰবন্ধৰ সংশোধন ১৯৯৯৮৮ (১৫ জুলাই ২০১৯)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।