অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিজ্ঞান

নিউট্ৰন তৰা

নিউট্ৰণ তৰাবোৰ এক প্ৰকাৰৰ নাক্ষত্ৰিক অৱশিষ্ট যিবোৰ অতিমাত্ৰা ভৰৰ নীহাৰিকা (প্ৰকাৰ II, প্ৰকাৰ Ib বা প্ৰকাৰ Ic)ৰ বিস্ফোৰণৰ পিছত হোৱা মহাকৰ্ষণিক সংকোচনৰ ফলত সৃষ্টি হয়। এনেকুৱা তৰাবোৰ সম্পূৰ্ণৰূপে নিউট্ৰন নামৰ এক উপ-আণৱিক, আধানহীন আৰু প্ৰ’টনতকৈ সামাণ্য ভৰযুক্ত কণাৰে গঠিত।

হালনাগাদ: ১৫ জুলাই ২০১৯ ৮১ শব্দ · ১ মিনিট সংগৃহীত ৫৭
সংশোধনৰ পৰামৰ্শ

নিউট্ৰণ তৰাবোৰ এক প্ৰকাৰৰ নাক্ষত্ৰিক অৱশিষ্ট যিবোৰ অতিমাত্ৰা ভৰৰ নীহাৰিকা (প্ৰকাৰ II, প্ৰকাৰ Ib বা প্ৰকাৰ Ic)ৰ বিস্ফোৰণৰ পিছত হোৱা মহাকৰ্ষণিক সংকোচনৰ ফলত সৃষ্টি হয়। এনেকুৱা তৰাবোৰ সম্পূৰ্ণৰূপে নিউট্ৰন নামৰ এক উপ-আণৱিক, আধানহীন আৰু প্ৰ’টনতকৈ সামাণ্য ভৰযুক্ত কণাৰে গঠিত। নিউট্ৰন তৰাবোৰৰ তাপমাত্ৰা অতি উষ্ণ হয়; ফলস্বৰূপে নিউট্ৰন তৰাবোৰে পাউলিৰ নিষেধ নীতি অনুসৰি উদ্ভৱ হোৱা কোৱাণ্টাম ডিজেনেৰেছি চাপৰ বিপৰীতে সুস্থিৰতা লাভ কৰে। এই নিষেধ নীতিমতে কোনো দুটা নিউট্ৰনে (নাইবা আন ফাৰ্মিয়ন কণাবোৰে) একেসময়তে একেটা স্থান আৰু একেটা কোৱাণ্টাম অৱস্থা অধিগ্ৰহণ কৰিব নোৱাৰে।

সম্পৰ্কিত শ্ৰেণী

জ্যোতিৰ্পদাৰ্থ বিজ্ঞান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নিউট্ৰন তৰা” প্ৰবন্ধৰ সংশোধন ১৯৯৯৮৯ (১৫ জুলাই ২০১৯)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।