অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

লিঅ'নাৰ্ড অইলাৰ

লিঅ'নাৰ্ড অইলাৰ (;,; এপ্ৰিল ১৫, ১৭০৭ছেপ্টেম্বৰ ১৮, ১৭৮৩) এজন অগ্ৰদূত ছুইছ্ গণিতজ্ঞ তথা পদাৰ্থবিজ্ঞানী আছিল। তেওঁ আনকি Infinitesimal calculus আৰু Graph theoryৰ নিচিনা ভিন্ন মেৰুৰ ক্ষেত্ৰতো গুৰুত্ব-পূৰ্ণ আৱিষ্কাৰ কাৰিছিল।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ১১৯ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

লিঅ'নাৰ্ড অইলাৰ (;১,; এপ্ৰিল ১৫, ১৭০৭ছেপ্টেম্বৰ ১৮, ১৭৮৩) এজন অগ্ৰদূত ছুইছ্ গণিতজ্ঞ তথা পদাৰ্থবিজ্ঞানী আছিল। তেওঁ আনকি Infinitesimal calculus আৰু Graph theoryৰ নিচিনা ভিন্ন মেৰুৰ ক্ষেত্ৰতো গুৰুত্ব-পূৰ্ণ আৱিষ্কাৰ কাৰিছিল। তেওঁৱেই আধুনিক গণিতৰ বহুখিনি পদ আৰু চিহ্নৰ আৰম্ভণি কৰিছিল, বিশেষকৈ গাণিতিক বিশ্লেষণত, যেনে: ফলনৰ ধাৰণা ইত্যাদি।২ বলবিজ্ঞান, তৰল গতিবিদ্যা, আলোক বিজ্ঞান, আৰু জ্যোতিৰ্বিজ্ঞানলৈ আগবঢ়োৱা অৱদানৰ বাবেও তেওঁ জনাজাত।

অইলাৰক ১৮-শতিকাৰ শ্ৰেষ্ঠ আৰু সৰ্বকালৰ মহানতম গণিতজ্ঞ সকলৰ এজন বুলি বিবেচনা কৰা হয়। তেওঁ সকলোতকৈ বেছি ফলপ্ৰসূ গণিতজ্ঞ সকলৰো অন্যতম; তেওঁৰ সমগ্ৰ কামে ৬০-৮০quarto খণ্ড(vol) পূৰায়।৩ তেওঁ প্ৰাপ্তবয়স্ক জীৱনৰ বেছিভাগ সময় কটায় St. Petersburg, Russia, আৰু Berlin, Prussiaত।

Pierre-Simon Laplaceৰ এষাৰি উক্তিয়ে গণিতত অইলাৰৰ প্ৰভাৱ প্ৰকাশ কৰে-"অইলাৰক পঢ়া, অইলাৰক পঢ়া, তেওঁ আমাৰ সকলোৰে ওপৰত। "৪

অবীজগণিতীয়-অপৰিমেয় সংখ্যা "e" অইলাৰৰ স্মৃতিত নামাংকিত।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ The pronunciation is incorrect. "Euler", Oxford English Dictionary, second edition, Oxford University Press, 1989 "Euler", Merriam–Webster's Online Dictionary, 2009. "Euler, Leonhard", The American Heritage Dictionary of the English Language, fifth edition, Houghton Mifflin Company, Boston, 2011. Peter M. Higgins. (2007). Nets, Puzzles, and Postmen: An Exploration of Mathematical Connections. Oxford University Press. পৃ. 43
  2. ↑ Dunham 1999, পৃ. 17
  3. ↑ Finkel, B. F. (1897). Biography—Leonard Euler. The American Mathematical Monthly. পৃ. 297–302
  4. ↑ Dunham 1999, পৃ. xiii "Lisez Euler, lisez Euler, c'est notre maître à tous."

সম্পৰ্কিত শ্ৰেণী

গণিতজ্ঞছুইজাৰলেণ্ডৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লিঅ'নাৰ্ড অইলাৰ” প্ৰবন্ধৰ সংশোধন ৬৩১২৯৬ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।