গাণিতিক বিশ্লেষণ (ইংৰাজী ভাষা: mathematical analysis) গণিতৰ এটা শাখা য'ত বাস্তৱ আৰু জটিল মানৰ ক্ৰিয়াসমূহৰ অধ্যয়ন কৰা হয়। সাধাৰণতে এই ক্ৰিয়াসমূহ নিয়মবৰ্হিভূত নহয়, অবিচ্ছিন্ন (ইংৰাজী ভাষা:continuous) অথবা অন্তৰকলনীয় (ইংৰাজী ভাষা:differentiable) নাইবা বিশ্লেষণীয় (ইংৰাজী ভাষা:analytic) হয়। অন্তৰকলন তত্ত্ব, সমাকলন তত্ত্ব, পৰিমাপ তত্ত্ব (ইংৰাজী ভাষা:measure theory), সীমা (ইংৰাজী ভাষা:limit), অভিসৃতি (ইংৰাজী ভাষা:convergence) আৰু বিশ্লেষণীয় ক্ৰিয়া গাণিতিক বিশ্লেষণৰ অন্তৰ্গত।১
তথ্যসূত্ৰ
- ↑ এডউইন হেউইট আৰু কাৰ্ল স্ট্ৰমবাৰ্গ, "Real and Abstract Analysis", Springer-Verlag, ১৯৬৫
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গাণিতিক বিশ্লেষণ” প্ৰবন্ধৰ সংশোধন ৩১২৭৫১ (৩ ফেব্ৰুৱাৰী ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।