অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

লম্বাড়ী ভাষা

লম্বাড়ী (লম্বানি, লামাণী অথবা বাঞ্জাৰী, ) হৈছে এটা পশ্চিমী ইন্দো-আৰ্য ভাষা, যাক বাঞ্জাৰা জনগোষ্ঠীয়ে ভাৰতৰ বিভিন্ন অংশত ব্যৱহাৰ কৰে। এই ভাষাটোৰ নিজা কোনো স্থানীয় লিপি নাই।

হালনাগাদ: ২৩ মাৰ্চ ২০২৬ ২৬ শব্দ · ১ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

লম্বাড়ী (লম্বানি, লামাণী অথবা বাঞ্জাৰী, ) হৈছে এটা পশ্চিমী ইন্দো-আৰ্য ভাষা, যাক বাঞ্জাৰা জনগোষ্ঠীয়ে ভাৰতৰ বিভিন্ন অংশত ব্যৱহাৰ কৰে। এই ভাষাটোৰ নিজা কোনো স্থানীয় লিপি নাই।১

তথ্যসূত্ৰ

  1. ↑ Naik, Dhansing B. (2000). The Art and Literature of Banjara Lambanis: A Socio-cultural Study. Abhinav Prakashan. পৃ. 10. ISBN 9788170173649

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ ভাষা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লম্বাড়ী ভাষা” প্ৰবন্ধৰ সংশোধন ৫৯২৭৪১ (২৩ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।