অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

লঘণুৰাম মহন্ত

লঘণুৰাম মহন্তই ৰঙিয়াৰ ওচৰত ১৮৭৭ চনত জন্মলাভ কৰিছিল। মহন্ত এজন হোমিওপেথিক চিকিৎসক আছিল। তেখেতে চিকিৎসা সম্পৰ্কীয় কেইবাখনো কিতাপ লিখিছিল। ১৯৭৩ চনৰ ৬ জুলাইত তেখেতৰ মৃত্যু হয়।

হালনাগাদ: ১২ মে’ ২০১৩ ২৬ শব্দ · ১ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

লঘণুৰাম মহন্তই ৰঙিয়াৰ ওচৰত ১৮৭৭ চনত জন্মলাভ কৰিছিল। মহন্ত এজন হোমিওপেথিক চিকিৎসক আছিল। তেখেতে চিকিৎসা সম্পৰ্কীয় কেইবাখনো কিতাপ লিখিছিল। ১৯৭৩ চনৰ ৬ জুলাইত তেখেতৰ মৃত্যু হয়।১

তথ্যসূত্ৰ

  1. ↑ বৰ্মন, শিৱনাথ (২০০০). অসমীয়া জীৱনী অভিধান. চ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰা: লি:, গুৱাহাটী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লঘণুৰাম মহন্ত” প্ৰবন্ধৰ সংশোধন ১২৩২২৬ (১২ মে’ ২০১৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।