অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

লখা খুনবাও

লখা খুনবাও (১৬৬৫-১৭৪৫) টিৰাপ সীমান্তৰ নামচা অঞ্চলৰ নক্তে নগা গোষ্ঠীৰ ৰজা আছিল। চলিহা বৰেঘৰ সত্ৰাধিকাৰ শ্ৰী ৰামদেৱৰ ওচৰত প্ৰজা সমম্বিতে শৰণ লোৱাৰ ফলত নৰোত্তম নাম পায়। ৰজা খুনবাওে টিৰাপ পাহাৰৰ পৰা গুৰুঘৰলৈ আহিবলৈ এটা আলি সজাইছিল।

হালনাগাদ: ৬ মে’ ২০২০ ৩৬ শব্দ · ১ মিনিট সংগৃহীত ৬৬
সংশোধনৰ পৰামৰ্শ

লখা খুনবাও (১৬৬৫-১৭৪৫) টিৰাপ সীমান্তৰ নামচা অঞ্চলৰ নক্তে নগা গোষ্ঠীৰ ৰজা আছিল। চলিহা বৰেঘৰ সত্ৰাধিকাৰ শ্ৰী ৰামদেৱৰ ওচৰত প্ৰজা সমম্বিতে শৰণ লোৱাৰ ফলত নৰোত্তম নাম পায়। ৰজা খুনবাওে টিৰাপ পাহাৰৰ পৰা গুৰুঘৰলৈ আহিবলৈ এটা আলি সজাইছিল। ১

তথ্যসূত্ৰ

  1. ↑ বৰ্মন, শিৱনাথ (২০০০). অসমীয়া জীৱনী অভিধান. চ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰা: লি:, গুৱাহাটী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লখা খুনবাও” প্ৰবন্ধৰ সংশোধন ২২৫৮৯৮ (৬ মে’ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।